1. উদ্য়ানশস্য়

স্মৃতিশক্তিৰ বাবে আখৰোট

KJ Staff
KJ Staff
walnut
walnut

প্ৰতিদিনে পুৱা জলপানৰ সৈতে কেইটামান আখৰোটৰ জুতি লোৱাৰ মাজেৰে বৃদ্ধাৱস্থালৈ স্মৃতিশক্তি অটুট ৰাখিব পৰা যায়। অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰ আধাৰত ইউনিভাৰ্ছিটী অব্‌ কেলিফ’ৰ্ণিয়াৰ গৱেষকদ্বয় ডাঃ লেন’ৰে আৰব আৰু ডাঃ এলফান্সো আঙে এই কথা প্ৰকাশ কৰে। কেইজনমান বয়সস্থ ব্যক্তিৰ ওপৰত অধ্যয়ন চলাই গৱেষকদ্বয়ে জানিব পাৰে যে আখৰোটে মানুহৰ স্মৃতি, একাগ্ৰতা আৰু জ্ঞান সম্বন্ধীয় কাৰ্যপদ্ধতিৰ শ্ৰী বৃদ্ধি ঘটায়। 

এমুঠিমান আখৰোটেই স্মৃতিশক্তি বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও মাত্ৰাত বেছিকৈ এই শুষ্কফলবিধ খাব পৰা মানে এই বৃদ্ধি (স্মৃতিশক্তি) আৰু অধিক ত্বৰান্বিত কৰা। অধ্যয়নৰ কালত গৱেষকদ্বয়ে জানিব পাৰে যে অধিক ত্বৰান্বিত কৰা। অধ্যয়নৰ কালত গৱেষকদ্বয়ে জানিব পাৰে যে অধিক আখৰোট সেৱন কৰা বয়ষ্কজনে ছটাকৈ জ্ঞান সম্বন্ধীয় পৰীক্ষাত বেছ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছিল। ইয়াৰ আধাৰতে গৱেষকদ্বয়ে প্ৰতিদিনে পুৱাৰ জলপানৰ সৈতে এমুঠি আখৰোটৰ সোৱাদ ল’বলৈ পৰামৰ্শ আগবঢ়াইছে।

উৎসঃ দৈনিক অসম

English Summary: Benefits of Walnut

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.