1. স্বাস্হ্য আৰু জীৱন

কি কি কাৰণত ফেটি লিভাৰ হব পাৰে জানি লওক আৰু ইয়াৰ চিকিৎসা সম্বন্ধে

KJ Staff
KJ Staff
Fatty liver
Fatty liver

1. খাদ্যত চৰ্বিৰ পৰিমাণ বেছি হলে লিভাৰত চৰ্বী জমা হবলৈ ধৰে।

2. বহুদিন লঘোনে থাকিহে শৰীৰত জমা হোৱা চৰ্বিৰ ভাঙোন হৈ লিভাৰত জমা হয়।এনে অৱস্থাত ৰোগীজনে ক্ষীনাই যাব কিন্তু কিন্তু ফেঁটী লিভাৰ হব।

3. শকত ব্যক্তিৰ ফেটি লিভাৰ হয়।

4. বংশগত ভাৱেও এই ৰোগ হব পাৰে।

5. অনিয়ন্ত্ৰিত ডায়েবেটিজ ৰোগীৰ ফেঁটী লিভাৰ হব পাৰে।

6. থাইৰয়ডৰ বেমাৰ বিশেষকৈ হাইপোথাইৰয়ড ত ভোগা ৰোগীৰ ফেটি লিভাৰ হোৱা দেখা যায়।

7. যিসকল ব্যক্তিৰ হজম শক্তি ঠিক নহয় তথা ক্ৰনিক ডিচেন্ত্ৰী ৰোগত ভুগি আছে তেনে ৰোগীৰ ফেটি লিভাৰ হোৱা দেখা যায়।

8. আটাইতকৈ ডাঙৰ কাৰণটোৱেই হৈছে মদ্যপান কৰা।মদ্যপান কৰা ব্যক্তি সকলৰ আলফা গ্লিছাৰো ফচফেটৰ ক্ষৰণ কৰাত বাধাৰ সৃষ্টি কৰে। যাৰ ফলত লিভাৰত ফেটৰ পৰিপাকত বিশংগতি জন্মে আৰু ফেটি লিভাৰ হয়।

9. তদুপৰি মদ্যপান কৰা ব্যক্তি সকলে মদৰ লগত অত্যধিক চৰ্বী জাতীয় খাদ্য সেৱন কৰাটোও এই ৰোগত ভূগাৰ অন্যতম কাৰণ।

10. বহুদিনীয়া পুৰণি ৰোগত ভুগি থকা ব্যক্তিৰ ফেঁটী লিভাৰ হয়।

11. লিভাৰ বা যকৃতৰ অনিষ্টকাৰী কেতবোৰ ঔষধি যেনে ক্ল'ৰ'ফৰ্ম,ইথাৰ, এষ্ট্ৰজেন,ষ্টেৰয়ড জাতীয় ঔষধি, টেত্ৰা চাইক্লিন জাতীয় এন্টিবায়োটিক ঔষধিয়ে লিভাৰত ফেট জমা হোৱাত ইন্ধন যোগায়।

12. হেপাটাইতিজ বি বা চি হলে চিকিৎসা নকৰিলে পৰৱৰ্তী সময়ত ফেটি লিভাৰ হব পাৰে।

13. জণ্ডিচ ৰোগৰ চিকিৎসাৰ বাবে গাঁৱ ভুয়ে স্বয়ম্ভূ চিকিৎসকে দিয়া বনৌষধিৰ চিকিৎসাৰ বাবেও পৰৱৰ্তী সময়ত ফেটি লিভাৰ হয় বুলি গৱেষণাত ধৰা পৰিছে।

সংগ্ৰহ কৰা হৈছে।

 

 

English Summary: What is the causes of fatty liver and it's treatment krishi jagran

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.