1. স্বাস্হ্য আৰু জীৱন

মদ(alcohol)ৰ পৰা পৰিত্ৰাণ পাওক

KJ Staff
KJ Staff
Skip Alcohol
Skip Alcohol

বৰ্তমান সময়ত এনে বহু ব্যক্তি আছে যি নেকি নিজৰ মদখোৱাৰ বদ অভ্যাষৰ বাবোই ঘৰসংসাৰৰ লগতে নিজৰ জীৱনো দুৰ্বিশহ কৰি তুলে।

এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি পৃথিৱীত মৃত্যু হোৱা ১৮ জন মানুহৰ ১ জন মদখোৱাৰ বাবেই মৃত্যু হয়। পথ দূৰ্ঘটনাৰ মুখ্যকাৰণটো মদ্যপ্ৰাণ কৰি গাড়ীচলোৱা বুলিয়েই গণ্যকৰা হৈছে। এটা গৱেষণাত পোৱাগৈছে যে পৃথিৱীত প্ৰায় ৬% লোক কেৱল মদখোৱাৰ বাবেই মৃত্যু হয়।
আজিকালি বহু মহিলাই ব্যাপক ৰুপত মদখোৱা দেখা গৈছে। যাৰ বাবে তেনে মহিলাৰ প্ৰজনন ক্ষমতাৰ উপৰত প্ৰভাব পৰিছে। এনে মহিলাই অপৰিপক্ক মগজুৰ শিশু বা বিকলাংগ শিশুৰ জত্ম দিবলগা হৈছে।

ইয়াৰ উপৰিও অসুস্থ সামাজিক বাতাবৰণ, যেনে- মাৰ-পিত, ঘৰুৱা অশান্তি, অত্মহত্যা আৰু বলাতকাৰৰ নিচিনা সামাজিক অপৰাধ মদৰ কাৰণেই বাঢ়ব ধৰিছে। আৰ্থিক দন্যতাও মদখোৱাৰ কাৰক হোৱা দেখা যায়।

এজন ব্যক্তিয়ে ১ দিনত ১০ ML তকৈ যদি বেছি মদখায় তেতিয়া ১০ বছৰৰ ভিতৰত cirrhosis হব cirrhosis of the liver incurable disease। এবাৰ যদি লিভাৰ সৰ্ম্পূণৰুপে ডেমেজ হয় ১ বছৰৰ ভিতৰত ব্যক্তিজনৰ মৃত্যু হব পাৰে।

হোমিঅপেথিক ঔষধ -

হোমিঅপেথিক ঔষধৰ দ্বাৰা অতিসহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়। মদখোৱাৰ বদ আভ্যায এৰোৱাবৰ বাবে তলত হোমিঅপেথিক ঔষধৰ নাম উল্লেখ কৰা হ’ল। ব্যৱহাৰৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅ চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ অগবঢ়ালো।

  1. Caladium 200/2 টোপালকৈ ২ বাৰ লব পাৰে।
  2. Acid SulphQ/10 টোপালকৈ ২ বাৰ লব পাৰে।
  3. Avena setQ/20 টোপালকৈ ৪ বাৰ লব পাৰে।
  4. Daphne indQ/20 টোপালকৈ ৩ বাৰ লব পাৰে।(বিড়ি-চিগাৰেট খোৱাৰ আভ্যাস থাকিলে এই দৰবে খুব ভাল কাম কৰে।)
  5. Passiflora inc Q/Nux VomQ/KurchiQ/Argentum Nit/Arum Mur আদি দৰব সমূহ দ্বাৰা অতিসহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়।

                                                                                                                    লেখক: ডা হৰিকান্ত দাস       

English Summary: How to skip alcohol

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.