- যদি আপুনি ছালৰ সমস্যাত ভুগি আছে আৰু আপোনাৰ ছালৰ বৰণ আৰু উজ্জলতা নাইকিয়া হৈ গৈছে , তেন্তে নিয়মিত গৰম পানী খোৱা অভ্যাস কৰক । ছালৰ উজ্জলতা বৃদ্ধি পাব আৰু খৰ খজুৱতি আদিৰ নিচিনা সমস্যাৰ পৰাও পৰিত্ৰাণ পাব ।
- মাহিলাসকলৰ মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষত এক গিলাচ গৰম পানীত এক চামুচ ঘিউ মিহলাই লৈ খালে বিষ কমে ।
- হাত ভৰি জিন জিন কৰি থাকিলেও গৰম পানী খালে উপশম পোৱা যায় ।
- শৰীৰৰ যিকোনো ঠাইত হোৱা বিষত যদি এক গিলাচ গৰম পানী খায় , তেন্তে বিষৰ পৰা উপশম পায়।
- নিয়মিত গৰম পানী খোৱা মানুহৰ বাত বিষ হোৱাৰ সম্ভাৱনা কমি থাকে ।
- Blockage থকা ৰোগীয়ে ৰাতি নিয়মিত এক গিলাচ গৰম পানী খাই শুলে heart attack হোৱাৰ সম্ভাৱনা কমি থাকে ।
লগতে পঢ়ক-
Bitter Gourd Farming : ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰতে কৃষকসকলে কৰিব পাৰিব জেং কেৰেলাৰ খেতি
- নিয়মিত গৰম পানী খালে শৰীৰৰ ওজন বৃদ্ধি হব নাপায় আৰু অলাগতিয়াল fat কমি যায় ।
- ওজন কমাবৰ বাবে নিয়মিত গৰম পানী খাওক ।
- 11 . ৰাতিপুৱা শুই উঠি গৰম পানী খালে কৌষ্ঠকাঠিন্যৰ পৰা মুক্তি পায় আৰু নিয়মিত পেট চাফা হৈ থাকে ।।
- 12 . ভাত খোৱাৰ এক ঘণ্টা আগতে এক গিলাচ গৰম পানী আৰু খোৱাৰ এক ঘণ্টা পিছত এক গিলাচ গৰম পানী নিয়মিত খালে পাঁচনতন্ত্ৰ শক্তিশালী হয় ।।
- 13 . গৰম পানিয়ে শৰীৰৰ তেজ চলাচল ঠিক ৰাখে আৰু ঘামৰ মাধ্যমেৰে বেয়া বস্তু বিলাক সহজতে উলিয়াই দিব পাৰে ।
- খালি পেটত ৰাতিপুৱা গৰম পানী খালে মূত্ৰ সম্বন্ধীয় ৰোগৰ পৰা উপশম পায় আৰু পেচাব ভালকৈ হয় ।
- 15 . যদি গেছৰ বাবে গাৰ বিষ হয় , তেন্তে এক গিলাচ গৰম পানী খালে বিষ কমি যায় ।
উৎস : পংকজ পাঠকৰ ফেচবুক পোষ্ট
লগতে পঢ়ক-
ঠাণ্ডা দিনত গা গৰম কৰি ৰাখিবলৈ আপুনি কি কৰে?
Share your comments