Krishi Jagran Tamil
Menu Close Menu

প্ৰতিদিনে বা নিয়মিক কণী খোৱা অভ্যাসে শৰীৰৰ গুৰুতৰ ক্ষতি কৰিব পাৰে; হব পাৰে এই তিনিটা সমস্যা৷ (Eggs is may dangerous for your health know here why)

Friday, 05 February 2021 10:15 PM
Eggs is may dangerous for your health know here why

Eggs is may dangerous for your health know here why

  আপোনাৰ বা মোৰ বাবে কণী এটা অতি প্ৰিয় খাদ্য। নহব বা কিয় কণীৰ কুহুমৰ যিটো সোৱাদ৷ ইয়াৰ বাবেই সৰু লৰা-ছোৱালী সকলৰ আটাইতকৈ বেছি প্রিয়। অৱশ্যে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত কণী এটা অস্বাভাৱিক নহয়। কিন্তু আপুনি জানেনে এক নতুন গৱেষণাত পোৱা মতে কণীয়ে শৰীৰৰ ডাঙৰ ক্ষতি কৰিব পাৰে। কণী শৰীৰৰ বাবে ভাল, যত প্ৰ'টিন যথেষ্ট পৰিমাণে পোৱা যায়, এইটো আমি সকলোৱে জানো।

  সেইবাবে ঘৰৰ সৰু সদস্যৰ পৰা বৃদ্ধলৈকে কেতিয়াবা টিফিনত, কেতিয়াবা দুপৰীয়া আহাৰত, সকলোতে কণীৰ এটা বিশেষ স্থান আছে।

এখন ৰাষ্ট্রীয় পত্ৰিকাত প্ৰকাশ পোৱা অনুসৰি অত্যাধিক কণী খোৱা দেহৰ বাবে ক্ষতিকাৰক হব পাৰে, এই তথ্য শেহতীয়াকৈ পোৱা গৈছে ৷ বিশেষজ্ঞসকলে কয় যে অত্যাধিক কণী খালে শৰীৰত কলেষ্টৰেলৰ সমস্যা হ'ব পাৰে। ইয়াৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত হৃদৰোগ পর্য্যন্ত হ'ব পাৰে।

  কণীৰ ফলত আৰ্থ্ৰাইটিছ হয়। এইটো বহুতে নাজানে আৰু ভূল কৰে। সেয়েহে অতিৰিক্ত কণী খোৱা কেতিয়াও স্বাস্থ্যৰ বাবে ভাল নহয়।

   কণীৰ পিছত, চাহ খালে শৰীৰৰ কোষ্ঠকাঠিন্য সমস্যা হয়। সেয়েহে যিসকলে ৰাতিপুৱাৰ আহাৰত কণী খাব বিচাৰে তেওঁলোকে সাৱধান হ'ব লাগে।

আপোনাৰ যদি গেষ্ট্ৰিকৰ সমস্যা আছে আপুনি কনী নোখোৱাই আপোনাৰ বাবে মংলল। গতিকে যদি এনেবিলাক ৰোগ আপোনাৰ শৰীৰত আছে, আপুনি ডায়েটিচিয়ানৰ পৰামর্শ লৈহে কণী খাব লাগে।

  কণী আৰু চেনী একেলগে মিহলি কৰিলে ক্ষতিকাৰক এমিনো এচিড হয়। ই তেজৰ চলাচলত বাধা দিয়ে। গতিকে কণীৰ সৈতে চেনী নাখাব।

 

Eggs benefits Eggs may be dangerous for health Eggs affection Eggs

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.