1. স্বাস্হ্য আৰু জীৱন

আপুনি প্রতিদিনে কাগজৰ কাপত চাহ খাই নেকি বা খাই ভাল পায় নেকি? তেন্তে আপোনাৰ বাবে দুঃখবৰ!

KJ Staff
KJ Staff
Team cup made by papers
Team cup made by papers

  আপুনি প্রতিদিনে কাগজৰ কাপত চাহ খাই নেকি বা খাই ভাল পায় নেকি? তেন্তে আপোনাৰ বাবে দুখবৰ৷ এতিয়াৰে পৰা সাৱধান হওক। খড়গপুৰ আইআইটিৰ (IIT Kharagpur) সাম্প্রতিক গৱেষণা জনা গৈছে, এই ধৰণৰ কাপত (Paper cups) এদিনত তিনিবাৰকৈ চাহ পান কৰিলে শৰীৰত ৭৫ হাজাৰ মাইক্রো প্লাষ্টিকৰ কণা প্রবেশ কৰে। যি অত্যন্ত ক্ষতিকাৰক।

 আইআইটিখনৰ সহযোগী অধ্যাপক আৰু গৱেষক দলৰ প্রধান সুধা গোয়েলে জনাইছে, কাগজৰ কাপ তৈয়াৰ কৰোতে হাইড্রোফোবিক ফিল্ম ব্যৱহাৰ কৰা হয়। গৰম চাহ কাপত ঢালিলে সেই পদাৰ্থ মিহলি হৈ চাহৰ সৈতে শৰীৰত প্ৰৱেশ কৰে।

সুধা গোয়েলৰ কয়, ‘‘এই মাইক্রোপ্লাষ্টিকসমূহ ক্রোমিয়াম, কেডমিয়াম জাতীয় বিষাক্ত ধাতু, জৈৱ পদাৰ্থ ইত্যাদি থাকে। যিসমূহ পদাৰ্থ শৰীৰত প্রৱেশ কৰিলে গুৰুতৰ শাৰীৰিক সমস্যা হ’ব পাৰে।’’

উল্লেখ্য যে, সাধাৰণভাবে প্লাষ্টিকৰ কাপতকৈ কাগজৰ কাপ বেছি নিৰাপদ বুলি ভাবি সকলোৱে ব্যৱহাৰ কৰা দেখা যায়। কিন্তু সাম্প্ৰতিক গৱেষণাত এই কথা স্পষ্ট যে সেয়া অধিক নিৰাপদ নহয়।

প্ৰতিদিনে বা নিয়মিক কণী খোৱা অভ্যাসে শৰীৰৰ গুৰুতৰ ক্ষতি কৰিব পাৰে; হব পাৰে এই তিনিটা সমস্যা৷

উৎস - নিয়মিয়া বার্তা

English Summary: Drinks coffee on paper cup is harmful for human body know here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.