1. স্বাস্হ্য আৰু জীৱন

মধুমেহ বা ডাইবেটিচৰ পাৰ্শপ্ৰতিক্ৰীয়া বিহীণ ঘৰুৱা উপচাৰ

KJ Staff
KJ Staff
Domestic Treatment of Diabetics
Domestic Treatment of Diabetics

   আকন গছ সাধাৰণতে সকলো ঠাইতে সহজতে পোৱা এক বনৌষধী।বিধিন্ন ৰোগত আকন গছ ব্যৱহাৰ হয়।ইয়াক বঙালীত আকন্দ আৰু হিন্দীত অৰ্ক বোলে। ইয়াৰ বৈজ্ঞানিক নাম Calotropis gigantea. 

আকন পাতেৰে মধুমেহ বা ডাইবেটিচৰ পাৰ্শপ্ৰতিক্ৰীয়া বিহীণ ঘৰুৱা উপচাৰ কৰিব পাৰি।

পৰিৱৰ্তিত জীৱন শৈলী আৰু খোৱা বোৱাৰ অসাৱধানতাৰ ফলত বিশেষকৈ চহৰ অঞ্চলত মধুমেহ ৰোগ ভয়ানক হাৰত বৃদ্ধি পাইছে। মধুমেহ ৰোগীৰ অনবৰতে মূৰৰ বিষ, ভাগৰ লাগি থাকে। এই বেমাৰ হলে ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়। ৰোগৰ কোনো স্থায়ী চিকিৎসা নাই। কিন্তু খোৱা বোৱাত সাৱধানতা, শিক্ষা আৰু জীৱন যাপনত সাৱধানতা  অৱলম্বন কৰি ইয়াক সম্পূৰ্ণ  নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। 

মধুমেহৰ লক্ষণঃ 

১. বাৰে বাৰে পেচাব লগা।

২. পিয়াহ লাগি থকা।

৩ পানী খোৱাৰ পিছতো ডিঙি শুকাই থকা যেন অনুভৱ হোৱা।

৪. খোৱাৰ পিছতো খুবেই ভোক লগা।

৫. বমি বমি ভাৱ লাগি থাকে আৰু কেতিয়াবা বমিও হয়।

৬. হাত ভৰি টানে আৰু জিনজিনায়।

৭. অনবৰতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰা।

৮. চকুৰে ধোঁৱা কোঁৱা দেখা।

৯. ছাল আৰু মুত্ৰাশয়ত সংক্ৰমণ।

১০. শুকান ছাল।

১১. খিংখিঙিয়া স্বভাৱ ।

১২. মূৰৰ বিষ।

১৩. মাংসপেশীত বিষ।

১৪. শৰীৰৰ ওজন কমা।

১৫. শৰীৰৰ তাপমান কমা।

ডাইবেটিচ ৰোগীয়ে ৰাতি শোৱাৰ আগত সংলগ্ন ফটোত দেখুওৱাৰ দৰে দুয়ো ভৰিৰ তলুৱাত একোখিলা আকন পাত লৈ মিহি ফিতা বা জৰিৰে অলপ ঢিলাকৈ আৰু পাত লৰচৰ নোহোৱাকৈ বান্ধি লৈ ওপৰৰ পৰা পাতল মোজা পিন্ধি শুৱ।

এই দৰে ২০/২৫ দিন ব্যৱহাৰ কৰিলে মধুমেহ নিয়ন্ত্ৰীত হব।এই উপচাৰৰ লগতে মধুমেহ ৰোগীৰ বাবে অপথ্য আহাৰ নাখাব।দুঃশ্চিন্তা পৰিহাৰ কৰি আনন্দ মনে থাকিব।

English Summary: Domestic treatment of Diabetics

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.