Krishi Jagran Tamil
Menu Close Menu

অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ এই পৰামৰ্শবোৰ ব্যৱহাৰ কৰক

Wednesday, 22 December 2021 02:13 PM

যদি আপুনি অতিৰিক্ত ওজন হ্ৰাস কৰি দিনটো সক্ৰিয় থাকিব বিচাৰে তেন্তে আপুনি ২০ পৰামৰ্শ মনত ৰাখক । দৰাচলতে, আমি আহাৰৰ সৈতে সম্পৰ্কিত বহুতো সৰু সৰু বস্তুৰ প্ৰতি মনোযোগ দিব নোৱাৰো আৰু সততে আমি এনে কিছুমান খাদ্য গ্ৰহণ কৰো যিয়ে আমাৰ শৰীৰত উপকাৰৰ পৰিৱৰ্তে অপকাৰহে বেছি কৰে । আমাৰ শৰীৰটো সুষ্হ কৰি ৰখাৰ লগতে স্বাস্হ্যবান হৈ থাকিবলৈ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আমি আমাৰ জীৱনটো অতিবাহিত কৰিব লাগিব । গতিকে স্বাস্থ্যৱান হৈ থাকিবলৈ এই পৰামৰ্শবোৰ অনুসৰণ কৰক-

  • প্ৰতিদিনে যথেষ্ট পানী খায় আৰু কেলৰি মুক্ত খাদ্য খাওক
  • সময়মতে ৰাতিপুৱাৰ আহাৰ খাওক । ৰাতিপুৱাৰ আহাৰ বাদ দিলে বহুতো ৰোগ হ'ব পাৰে ।
  • নিৰ্ধাৰিত সময়ত ৰাতিৰ আহাৰ খাওক
  • খাদ্যৰ মাজত দীঘলীয়া ব্যৱধান থাকিব নালাগে । গোটেই দিনটো কিবা খাই থাকক
  • প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰক
  • মচলাযুক্ত বা সুস্বাদু বস্তুৰ ব্যৱহাৰ  হ্ৰাস কৰক
  • খাদ্যৰ তালিকাত গাজৰ, কমলা আৰু সেউজীয়া পাচলিৰ দৰে খাদ্য অন্তৰ্ভুক্ত কৰক
  • যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, খাদ্যত নিমখৰ পৰিমাণ হ্ৰাস কৰক
  • যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, প্ৰতিদিনে খোৱাৰ আগতে কম কেলৰিযুক্ত পাচলিৰ চুপ খাব
  • আপোনাৰ দৈনিক আহাৰৰ ৰেকৰ্ড ৰাখিব, যেনে আপুনি কিমান খাদ্য খাইছিল আৰু আপুনি কিমান পানী খাইছিল
  • সম্পূৰ্ণ ৰূপে তেল ভাজি বা ফাষ্ট ফুড হ্ৰাস কৰক । গৱেষণা অনুসৰি ফাষ্ট ফুড খোৱা লোকসকল দ্ৰুতগতিত শকত হয়।
  • সময়মতে ৰাতিৰ আহাৰ খাওক আৰু গোটেই দিনটো ফল আৰু পাচলি খাওক
  • তেল, মাখন, খাদ্য পৰিমান কমাই দিয়ক
  • ৰাতিৰ আহাৰত কাৰ্বোহাইড্ৰেট গ্ৰহণ নকৰিব
  • ৰাতিৰ আহাৰৰ পিছত একো নাখাব
  • ৰাতিৰ আহাৰৰ সময়ত জলপান খোৱা পৰিহাৰ কৰক
  • স্বাস্থ্যৱান শৰীৰৰ বাবে নিশা ভালকৈ টোপনি মাৰক

লগতে পঢ়কঃ শীতকালত ছালৰ ৰূক্ষতা দূৰ কৰিবলৈ খাদ্যৰ তালিকাত কি কি ৰাখিব আপুনি

Foods to keep you healthy as you age Diseases caused by Fats Diet Food

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.