Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 July, 2022 6:19 PM IST
PM KISHAN YOJANA

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১১ তম কিস্তি এতিয়ালৈকে ১০ কোটিৰো অধিক কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। শেহতীয়া অনুসৰি, দ্বাদশ কিস্তি আগষ্টৰ শেষৰ ফালে বা ছেপ্টেম্বৰৰ আৰম্ভণিতে কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰিব

প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত, প্ৰতি চাৰি মাহৰ ব্যৱধানত কৃষকসকলৰ বেংক একাউণ্টলৈ দুই হাজাৰ টকা প্ৰেৰণ কৰা হয়। প্ৰতি বছৰে, এই আঁচনিৰ প্ৰথম কিস্তি 1 এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত প্ৰেৰণ কৰা হয়। একে সময়তে, দ্বিতীয় কিস্তি আগষ্ট আৰু নৱেম্বৰৰ মাজত আহে, আনহাতে তৃতীয় কিস্তি ডিচেম্বৰ আৰু মাৰ্চৰ মাজত স্থানান্তৰ কৰা হয়।

eKYC কেনেদৰে কৰিব?

  • প্ৰথমে, pmkisan.gov.in প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ৱেবছাইট যাওঁক
  • ইয়াত আপুনি ফাৰ্মাৰ্ছ কৰ্ণাৰ দেখিব, 'eKYC নামৰ বাকছ এটা দেখিব তাত ক্লিক কৰক।
  • ক্লিক কৰাৰ পাছতেই আপোনাৰ আধাৰ নম্বৰটো খালি ঠাইখিনিত ভৰ্তি কৰি দিয়ক। search বুটামটোত ক্লিক কৰি দিয়ক।
  • ইয়াৰ লগে লগেই আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰৰ নম্বৰলৈ এটা OTP যাব।
  • ইয়াৰ লগে লগেই আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰৰ নম্বৰলৈ এটা OTP যাব।
  • আপোনাৰ মবাইল নাম্বাৰলৈ যোৱা 'টিপিটো খালি ঠাইখিনিত পুৰাই দিয়ক আৰু ইয়াৰ লগে লগেই আপোনাৰ ই-কেৱাইচি সম্পন্ন'ব।
PM KISHAN YOJANA

উল্লখ্য যে অবৈধ হিতাধিকাৰীৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰা লগতে  প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ সুবিধা ভুল ধৰণে গ্ৰহণ কৰা লোকসকলক ধন ঘূৰাই দিবলৈ লোকসকললৈ জাননী প্ৰেৰণ কৰা হৈছে। ধন ঘূৰাই নিদিয়াৰ বাবে এই হিতাধিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

লগতে পঢ়ক-PMAYG: ২০২৪ চনৰ ভিতৰত প্ৰতিজন দৰিদ্ৰই পাব তেওঁলোকৰ সপোনৰ ঘৰ!

 

English Summary: PradhanmantriYa Kisan Yojana Update
Published on: 15 July 2022, 06:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now