Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 April, 2023 3:55 PM IST
উদ্যমিতা বিকাশ আঁচনিঃ (Entrepreneurship Development Programme)

ৰাজ্যৰ পশুপালকসকললৈ ভাল এটা ভাল খবৰ। পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ ৫০ শতাংশ ৰাজসাহাৰ্যৰে ১০-৫০ লাখলৈ লোণ। ছাগলী আৰু গাহৰি পালনৰ বাবে উদ্যমিতা বিকাশ আঁচনিৰ অধিনত পশুপালকসকলে লাভ কৰিব এই ঋণ।

৫০ শতাংশ ৰাজসাহাৰ্যত এই আঁচনিৰ অধিনত ১০০ জনী মাইকী ছাগলী আৰু ৫ টা মতা ছাগলীৰ বাবে ১০ লাখ টকা, ২০০ জনী মাইকী ছাগলী আৰু ১০ টা মতা ছাগলীৰ বাবে ২০ লাখ টকা, ৩০০ জনী মাইকী ছাগলী আৰু ১৫ টা মতা ছাগলীৰ বাবে ৩০ লাখ টকা, ৪০০ জনী মাইকী ছাগলী আৰু ২০ টা মতা ছাগলীৰ বাবে ৪০ লাখ টকা একেদৰে ৫০০ জনী মাইকী ছাগলী আৰু ৫০ টা মতা ছাগলীৰ বাবে ৫০ লাখ টকা লাভ ঋণ পাব পশুপালকগৰাকীয়ে।

লগতে পঢ়ক- 

Man-Monkey conflict : দিনে দিনে বাঢ়ি গৈ থকা বান্দৰৰ উপদ্ৰব নিৰাময়ৰ উপায়

একেদৰে ৫০ জনী মাইকী আৰু ৫ টা মতা গাহৰিৰ বাবে ১৫ লাখ টকা, ১০ জনী মাইকী আৰু ১০ টা মতা গাহৰিৰ বাবে ৩০ লাখ টকাকৈ ৫০ শতাংশ ৰাজসাহৰ্যত ঋণ লাভ কৰিব কৃষকসকলে। অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ ৰাষ্ট্রীয় পশুধন অভিযান (National Livestock Mission), অসমৰ জৰিয়তে ৰূপায়িত এখন অভিলাষি আঁচনি উদ্যমিতা বিকাশ আঁচনি। এই আঁচনিৰ অধিনতে ব্যক্তি বিশেষৰ লগতে কৃষক উতপাদক গোট, আত্মসহায়ক গোটসমূহে লাভ কৰিব এই ঋণ।

আঁচনিৰ সবিশেষ জানিবলৈ https://animalhusbandry.assam.gov.in/.../expression-of..., www.dahd.nic.in আৰু আবেদনৰ বাবে www.nlm.udyamimitra.in ত লগ ইন কৰক। বিতংভাবে জানিবলৈ জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়া আৰু নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।

লগতে পঢ়ক- 

আৰু বিশ্ব অভিলেষ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক

English Summary: Loans up to 10-50 lakh for goat and pig rearing
Published on: 28 April 2023, 02:51 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now