জলপানি প্ৰদানেৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে। প্ৰতিদিন গ্ৰুপ অব্ পাব্লিকেচন আৰু নিউজ টাইম অসমৰ সহযোগত শিক্ষা প্ৰতিষ্ঠানখনে প্ৰায় ৭০ খন আসন আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মেধা ছত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰিছে। এই আসনকেইখন সম্পূৰ্ণ বিনামূলীয়া বুলি শিক্ষা প্ৰতিষ্ঠানৰ এক সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে অভিযান্ত্ৰিক, পেৰামেডিকেল, বি বি এ আৰু এম বি এ পাঠ্যক্ৰমৰ সুবিধা আগবঢ়াই আহিছে শিক্ষা প্ৰতিষ্ঠানখনে। আনহাতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিচত ১০০ শতাংশ নিযুক্তিৰ নিশ্বয়তা প্ৰদান কৰিছে।
Latest feeds
-
উদ্য়ানশস্য়
Ash Gourd Farming : এবিঘা মাটিৰ পৰা ৪-৫ মাহত লাখ টকা উপাৰ্জন কৰক
-
এগ্ৰিপেডিয়া
Flood-tolerant paddy : বিল, জলাশয় বা বানপ্ৰৱণ অঞ্চলত কৰক বাওধানৰ খেতি
-
অন্যান্য
অসমত মাল্টা, ড্ৰেগন, কমলা, আপেল, আম, ভেনিলা, মধুৰি, কল আদিৰ খেতি নহয়!
-
এগ্ৰিপেডিয়া
Cold storage in Assam : অসমত ৪০ টা পশ্চিমবংগত ৬০২ টা শীতল ঘৰ
-
অন্যান্য
Profitable Crop Farming : কোনবোৰ শস্য খেতি কৰিলে অধিক লাভান্বিত হ’ব
-
কৃষি সঁজুলি
মহিন্দ্ৰা 575 DI XP Plus য়ে সলনি কৰিলে মহাৰাষ্ট্ৰৰ গোপালক যোগেশ ভূটৰাৰ জীৱন
-
কৃষি সঁজুলি
অভিষেক ত্যাগীয়ে ক্ৰয় কৰিলে আপুনিয়ো ক্ৰয় কৰক আৰু লক্ষ্যস্থানত উপনীত হওঁক
-
সফল কাহিনী
মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে তামোল, কল, ড্ৰেগন আৰু ৰবিশস্যৰ খেতি
-
News
সমবায় ব্যৱস্থাকলৈ ২০২৫ বৰ্ষত নতুন পদক্ষেপ গ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘই
-
অন্যান্য
Watermelon Farming After Potato Harvesting : আলু খন্দাৰ পাছত আলুতলিবিলাকত কি কৰিব!
Share your comments