অসম কৃষি বিশ্ববিদ্যালয়(যোৰহাট)য়ে এক বিজ্ঞাপনৰ যোগেৰে চাকৰি প্রত্যাশী প্রার্থীৰ আবেদন বিচাৰিছে ৷ ইচ্ছুক ব্যক্তিয়ে অফিছিয়েল ৱেবছাইতত গৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব।
আৱেদনৰ শেষ তাৰিখ - 13-02-2O21
পদৰ বিৱৰণ -
1. ডীন (মীন বিভাগ)
পদৰ সংখ্যা - 01
স্থান-AAU, ৰহা, নগাঁও
শিক্ষাগত অৰ্হতা -
i. প্রার্থীৰ মৎস বিজ্ঞানত স্নাতক ডিগ্রী থকাটো বাধ্যতামূলক
ii. প্রার্থীয়ে ভাৰতৰ বা বিদেশী যিকোনো বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্রীত অতি কমেও 55% শতাংশ নম্বৰ লাভ কৰিব লাগিব বা 7 নম্বৰ CGPA লাভ কৰা হব লাগিব মৎস বিভাগত ৷
অভিজ্ঞতা- প্রার্থীৰ 3বছৰৰ অভিজ্ঞতা থকাটো বিশ্ববিদ্যালয় কতৃপক্ষই বিচাৰিছে
দৰমহা - Rs. 144200-218200 স্কেলত লাভ কৰিব।
বয়স- নূন্যতম কোনো সীমা নাই, উৰ্ধতম 63 বছৰ
2. বিজ্ঞানী
পদৰ সংখ্যা -06
স্থান- তিতাবৰ, কৰিমগঞ্জ, তিনিচুকীয়া, বর্ণি হাট, বর্ণিহাট
শিক্ষাগত অৰ্হতা -
i. প্রার্থীৰ প্রাণী বিজ্ঞান বা কৃষিত স্নাতক ডিগ্রী থকাটো বাধ্যতামূলক
ii. প্রার্থীয়ে ভাৰতৰ বা বিদেশী যিকোনো বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্রীত অতি কমেও 55% শতাংশ নম্বৰ লাভ কৰিব লাগিব বা 7 নম্বৰ CGPA লাভ কৰা হব লাগিব প্রাণী বিজ্ঞান বা কৃষি বিভাগত ৷
দৰমহা - Rs.144200-218200 স্কেলত লাভ কৰিব।
বয়স- নূন্যতম কোনো সীমা নাই, উৰ্ধতম 63 বছৰ
কেনেদৰে আবেদন কৰিব
- প্রার্থী / আবেদনকাৰী সকলে নির্দিষ্ট তথ্য সম্বলিত আৱেদনৰ সৈতে 13/02/2021 আগত দাখিল কৰিব লাগিব। উক্ত তাৰিখৰ পিছত কোনো ধৰণৰ আবেদন গ্রহণ কৰা নহয়।
- প্রার্থীসকলে আবেদন মাচুল ভাৰতীয় ষ্টেট বেংকৰ যোৰহাট শাখাৰ উলিয়াব পৰাকৈ পৰিশোধ কৰিব লাগিব। অসম কৃষি বিশ্ববিদ্যালয়, একাউন্ট নম্বৰ-33019714091 ৷ মনত ৰাখিব মাচুল জমা কৰা প্রমাণ হিচাপে বেংকে দিয়া ৰছিদ এখন আবেদনৰ সৈতে গাঁথি দিব লাগিব। SC/ST ৰ প্রার্থীসকলে কোনো ধৰণৰ মাচুল পৰিশোধ কৰিব নালাগে।
-
কেৱল 6.00 টকাৰ ডাক ষ্টাম্প সংলগ্ন কৰা স্ব-ঠিকনা আৰু আৱেদন কৰা পদৰ নাম লিখি (23ছেমি x 10 ছেমি) আকাৰৰ বন্ধ চিঠিখামত তলত দিয়া ঠিকনাত পঠাই দিব লাগিব। ঠিকনা - পঞ্জীয়ক, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট ৷
Share your comments