1. এগ্ৰিপেডিয়া

Bottle Gourd Farming : ৰাজুমণি ভূঞাৰ জাতিলাও খেতিৰ কেইখনমান আলোকচিত্ৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

লেখাটোত কৃষক ৰাজুমণি ভূঞাৰ জাতিলাও খেতিৰ কেইখনমান আলোকচিত্ৰ প্ৰকাশ কৰা হ'ল। কৃষকগৰাকীয়ে ইতিমধ্যে নিজৰ কৃষিপথাৰত উতপাদিত জাতিলাও বজাৰলৈ উলিয়াবলৈ সক্ষম হৈছে।

আহিন-কাতিৰ সময়ছোৱাতে ধাননী পথাৰৰ মাজৰ খালী ঠাইত কৃষকগৰাকীয়ে ৰোপন কৰিছিল জাতিলাওৰ পুলি। আগতীয়াকৈ কৰা জাতিলাও গছবোৰ যথেষ্ট ভাল হৈছিল। কোনো উন্নত জাতৰ জাতিলাও খেতি কৰা নাছিল কৃষকগৰাকীয়ে। থলুৱা জাতৰে জাতিলাও কৰিছিল কৃষক ৰাজুমণি ভূঞাই।

আগতীয়াকৈ কৰা জাতিলাও সম্প্ৰতি কৃষকগৰাকীয়ে বজাৰলৈ উলিয়াবলৈ সক্ষম হৈছে। কোনো বেপাৰীয়ে যদি তেওঁৰ পৰা পাইকাৰী হাৰত জাতিলাও ক্ৰয় কৰিব বিচাৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ এটা ফেচবুক পেজ আছে- Raju Moni Bhuyan Bhuyan   নামেৰে।

ইতিমধ্যে কৃষকগৰাকীয়ে বজাৰলৈ উলিয়াই দিছে জাতিলাওসমূহ। তলত কৃষকগৰাকীৰ ৰঙালাও খেতিৰ কেইখনমান ফটো তলত দিয়া হ'ল-

লগতে পঢ়ক- 

২৬০০০ হাজাৰ ×২ =৫২০০০হাজাৰ/ যদি জহা হয় ৬০০০০ হাজাৰ টকা

English Summary: Some picture of Farmers Rajumoni bhuyan's Bottle Gourd Farm

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.