 
    অসম বীজ নিগম লিমিটেড (Assam Seed Corporation Ltd.) ৰ ৰাজ্যখনৰ বিভিন্ন জিলা সামৰি ১২ খন ফাৰ্ম আছে । অসম বীজ নিগম লিমিটেডৰ অধীনৰ ফাৰ্মবোৰে আৰম্ভণিৰ পৰাই ভেটি আৰু প্ৰমাণিত বীজ উৎপাদন কৰি আহিছে । ভেটি আৰু প্ৰমাণিত বীজ উৎপাদনৰ বাবে জিঅ'আই(GOI) আৰু জিঅ'এ (GOA) -ৰ দ্বাৰা ব্ৰিডাৰ বীজ আৱণ্টন কৰা হয় । উৎপাদিত বীজবোৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি বিভিন্ন আঁচনিৰ অধীনত বিতৰণ কৰা হয় । ধান, সৰিয়হ, মাকৈ, পাট, মাহজাতীয় শস্য, তেল বীজ আদিস বীজবোৰ মুখ্যত উৎপাদন কৰা হয় । ওপৰোক্ত শস্যৰ উপৰিও ফাৰ্মসমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিচৰা অনুসৰি বিভিন্ন শস্য উৎপাদন কৰি আহিছে ।
লগতে পঢ়ক ঃ কৃষি বিজ্ঞানীয়ে প্ৰস্তত কৰিলে জৈৱিক সাৰ, কৃষকৰ বাবে হ’ব আশীৰ্বাদ
 
    
| অসম বীজ নিগমৰ অধীনত বীজ ফাৰ্ম | 
 | 
 | ||||
| SL No. | Name Of Farm | Location | Total Area (Hac.) | Cultivable Area (Hac) | Name Of Farm Incharge | Contact Number | 
| 1 | Dalgaon Seeds farm | Dalgaon, Darrang | 118 | 65 | Md. Sadek ali | 9678712989 | 
| 2 | Darigaji Seeds farm | Darigaji, Nagaon | 65 | 55 | Fakkarudin Ali Ahmed | 9854406155 | 
| 3 | Golakganj Seeds farm | Golakganj, Dhuburi | 37 | 22 | Salim Ahmed | 9954290589 | 
| 4 | Dhekiajuli Seeds farm | Dhekiajuli, Sonitpur | 20 | 17 | Munindra Basumatary | 8486336011 | 
| 5 | Dimoru Seed Farm | Dimoru, Nagaon | 12 | 11 | Bhogeswar Kalita | 9854549767 | 
| 6 | Tingtingia Seeds farm | Tingtingia, Jorhat | 36 | 11 | Suren Deori | 9678385336 | 
| 7 | Rohdoi Seeds farm | Rohdoi, Sivasagar | 16 | 14 | Ajit Das | 7035792807 | 
| 8 | Cherelipathar Seeds farm | Titabor, Jorhat | 13 | 8 | Md. Jaher Ali | 
 | 
| 9 | Moniarkhal Seeds farm | Monierkhal, Cachar | 26 | 8 | Shyamal Sinha | 7086827160 | 
| 10 | Fallangoni Seeds farm | Fallangoni, Golaghat | 28 | 10 | Biren Bora | 7896715340 | 
| 11 | Senchowa Seeds farm | Senchowa, Nagaon | 3.8 | 3 | Maser Ali | 9864810862 | 
| 12 | Moran Big Nursery cum Seeds farm | Moran, Dibrugarh | 3.00 | 3.00 | Rameswar Deka | 9859293075 | 
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments