1. এগ্ৰিপেডিয়া

New Robi Crop : ছেপ্তেম্বৰ-অক্টোৱৰতে কৰিব পৰা কেইবিধমান নতুন শস্য

PANKAJ KHANIKAR
PANKAJ KHANIKAR

শেহতীয়াকৈ ভাৰতবৰ্ষৰ কৃষকে নতুনকৈ কৰিবলৈ লোৱা এবিধ নতুন বিলাহীৰ খেতি হ’ল ক’লা বিলাহী। এই ক’লা বিলাহী খেতি আন বিলাহীৰ খেতি দৰেই কৰা হয়। কিন্তু বজাৰত ইয়াৰ দাম বেছি। যিহেতু ক’লা বিলাহী কেন্সাৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। লগতে এই ই বহু ৰোগৰ বিৰুদ্ধে যুঁজ দি দূৰতে বিদূৰ কৰে। এই বিলাহীয়ে ওজন হ্ৰাস,  চুগাৰ মাত্ৰা হ্ৰাস, কলেষ্টেৰল হ্ৰাস কৰাত ফলপ্ৰসূ বুলি জনা যায়। গতিকে ইয়াৰ খেতি কৰিলে আমাৰ কৃষকসকল নিশ্চিতভাৱে বজাৰখন পাব । জানিব পৰা মতে, অসমত বৰ্তমানলৈ ব্যৱসায়িক উদ্দেশ্যলৈ কোনেও ক’লা বিলাহীৰ খেতি কৰা নহয়। এই বিলাহী খেতিয়ো আমাৰ কৃষকসকলে আহিন-কাতি-আঘোণ মাহত কৰিব পাৰে। অন্য বিলাহীৰ দৰেই সাৰ-পানী যোগান ধৰিলে সুফল পাব আমাৰ কৃষকসকলে।

ৰঙা ভেণ্ডি

খেতিৰ সন্দৰ্ভতো দেশত প্ৰতিদিনে নতুন চিন্তা-চৰ্চা, নতুন নতুন উদ্ভাৱন হৈ আছে। বৰ্তমান ভেণ্ডি খেতিৰ বতৰ। গতিকে শেহতীয়াকৈ উদ্ভাৱন কৰা ৰঙা ভেণ্ডিৰ বিষয়ে আজিৰ লেখাটোত লৈ আহিছো। সাধাৰণ ভেণ্ডিৰ কথা আমাৰ কৃষকসকলে জানে! কিন্তু ৰঙা ভেণ্ডিৰ বিষয়ে আজিও আমাৰ কৃষকসকল অজ্ঞ। কিন্তু ৰঙা ভেণ্ডিৰ খেতিৰে কৃষকসকলে বৰ্তমান সময়ত অধিক উপাৰ্জন কৰাৰ স্থল আছে। কাৰণ এই ভেণ্ডি সাধাৰণ ভেণ্ডিতকৈ স্বাস্থ্যসন্মত যাৰবাবে বজাৰত দাম অধিক। কিন্তু এই খেতি কৰিবলৈ বিনিয়োগ আৰু শাৰীৰিক পৰিশ্ৰমৰ পৰিমাণ সাধাৰণ ভেণ্ডিৰ খেতিৰ দৰেই। বিগত দুটা বছৰত গোলাঘাটৰ তনব গগৈ নামৰ প্ৰগতিশীল কৃষকগৰাকীয়ে এই খেতি কৰি লাভান্বিত হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক- 

Sesame Farming & its benefit : তিল খেতি কৃষি পদ্ধতি বিষযে জানো আঁহক

English Summary: Benefit of New winter Crop

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.