1. News

যোৰহাটত আধুনিক পদ্ধতিৰে ধান খেতি কৰি ভাল ফল লাভ কৃষকৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যোগত সোমবাৰে টীয়কত আনুষ্ঠানিক শস্য চপোৱা আৰু পথাৰ দিৱস উদযাপন।

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ উপস্থিত থাকি আধুনিক যান্ত্ৰিক পদ্ধতিৰে পথাৰত ধান দোৱা আৰু ধান ৰোৱা পদ্ধতি পৰ্যবেক্ষণ কৰি সকলোকে এই অত্যাধুনিক পদ্ধতিৰে খেতি খোলা কৰিবলৈ অসমীয়া চহা কৃষক সমাজক আহ্বান জনায়।

সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে পথাৰত নিজে নামি মেচিন চলাই ধান দাই কৃষকসকলক উৎসাহিত কৰি তোলে।

লগতে পঢ়ক- 

অসমৰ কৃষি অৰ্থনীতি সলনি কৰিব 'নুমলী’য়ে

কৃষকসকলে জানিবলৈ দিয়ে যে অত্যাধনিক পদ্ধতিৰে খেতি পূৰ্বতকৈ অধিক শস্য উৎপাদন হৈছে। কম খৰচ তথা কম সময় আৰু কম শ্ৰমেৰে কিন্তু ভাল ফল পাবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

ইপিনে অতি কম টকাতে চৰকাৰৰ ৰাজহ সাহাৰ্য লাভ কৰি এনেধৰণৰ যন্ত্ৰ ক্ৰয় কৰি নিজৰ খেতিদৰাত বৈজ্ঞানিক দৃষ্টিভংগীৰে আগবাঢ়ি আৰ্থিক ভাৱে সুচল হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰি কৃষকসকলে।

১ কেজিৰ দাম ৩০০ পৰা ৪০০ টকা। পুলি ৰোৱা ৮ মাহৰ পাছতে পাব ফল

English Summary: Paddy cultivation in Jorhat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.