1. সফল কাহিনী

Weather Updates Assam: আজিৰ দিনটোৰ বতৰৰ জাননী

KJ Staff
KJ Staff
Weather Updates Assam
Weather Updates Assam

আজিৰ দিনটোৰ বতৰৰ জাননী :

* কামৰূপ (গ্রাম্য) আজি বতৰ ফৰকাল। প্ৰতি ঘণ্টাত ৮.৩ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোৰ কামৰূপৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

* যোৰহাটৰ আজি বতৰ ফৰকাল হব। প্ৰতি ঘণ্টাত ৭.২ বেগত বতাহ বলিব যোৰহাটত৷ উষ্ণতা সৰ্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷ 

* ডিব্ৰুগড়ত আজি বতৰ ফৰকাল। প্ৰতি ঘণ্টাত ৯.৩ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ উষ্ণতা ৩৩ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব৷ 

* গুৱাহাটীত আজি বতৰ ডাৱৰীয়া, গৰম থাকিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৫.৫ কিঃমিঃ বেগত বলিব৷ আজিৰ দিনটোত গুৱাহাটীৰ উষ্ণতা সৰ্বোচ্চ ৩৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ থাকিব৷

* তেজপুৰত আজি বতৰ ফৰকাল। প্রতি ঘণ্টাত ৪.৯ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব৷ 

* লখিমপুৰত আজি বতৰ ফৰকাল। প্ৰতি ঘণ্টাত ৮.৪ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত লখিমপুৰত সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী চেলছিয়াছ৷ 

* শিলচৰত আজি ফৰকাল। প্ৰতি ঘণ্টাত ৪.৭ কিঃমিঃ গতিবেগত বতাহ বলিব৷ আজিৰ দিনটোত শিলচৰৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷ 

* বঙাইগাঁৱত আজি বতৰ ফৰকাল, গৰম থাকিব। প্ৰতি ঘণ্টাত ৬.৬ কিঃমিঃ হব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷ 

* কোকৰাঝাৰত আজি বতৰ ফৰকাল৷ প্রতি ঘণ্টাত ৮.৩ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত কোৰাঝাৰৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব৷  

* ধুবুৰীত আজি বতৰ ফৰকাল হব। প্ৰতি ঘণ্টাত ৬.৪ কিঃমিঃ বেগত বতাহ বলিব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

* নগাঁৱত আজি বতৰ ডাৱৰীয়া, গৰম হ্রাস পাব, বৰষুণ হব ৷ প্রতি ঘণ্টাত ৬.৬ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত তাপমাত্ৰা সৰ্বোচ্চ ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

English Summary: Weather Updates Assam 7th September

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.