আজিৰ দিনটোৰ বতৰৰ জাননী :
* কামৰূপ (গ্রাম্য) আজি বতৰ ডাৱৰীয়া। প্ৰতি ঘণ্টাত ৬.৭ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোৰ কামৰূপৰ সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলছিয়াছ সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷
* যোৰহাটৰ আজি বতৰ ডাৱৰীয়া হব। প্ৰতি ঘণ্টাত ৭.৫ বেগত বতাহ বলিব যোৰহাটত৷ উষ্ণতা সৰ্বোচ্চ ৩২ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷
* ডিব্ৰুগড়ত আজি বতৰ ডাৱৰীয়া, বৰষুণ হব পাৰে। প্ৰতি ঘণ্টাত ৭.৪ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ উষ্ণতা ৩১ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব৷
* গুৱাহাটীত আজি বতৰ ডাৱৰীয়া, বৰষুণ হব পাৰে। বতাহ প্ৰতি ঘণ্টাত ৫.৬ কিঃমিঃ বেগত বলিব৷ আজিৰ দিনটোত গুৱাহাটীৰ উষ্ণতা সৰ্বোচ্চ ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ থাকিব৷
* তেজপুৰত আজি বতৰ ডাৱৰীয়া, বৰষুণ হব। প্রতি ঘণ্টাত ৮.৩ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব৷
* লখিমপুৰত আজি বতৰ ডাৱৰীয়া, বৰষুণ হব। প্ৰতি ঘণ্টাত ১০.২ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত লখিমপুৰত সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷
* শিলচৰত আজি ডাৱৰীয়া, বৰষুণ হব। প্ৰতি ঘণ্টাত ৫.৩ কিঃমিঃ গতিবেগত বতাহ বলিব৷ আজিৰ দিনটোত শিলচৰৰ সৰ্বোচ্চ তাপমাত্ৰা ৩১ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷
* বঙাইগাঁৱত আজি বতৰ ডাৱৰীয়া হব। প্ৰতি ঘণ্টাত ৭.০ কিঃমিঃ হব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷
* কোকৰাঝাৰত আজি বতৰ ডাৱৰীয়া হব৷ প্রতি ঘণ্টাত ৭.৯ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত কোৰাঝাৰৰ তাপমাত্ৰা সৰ্বোচ্চ ৩১ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব৷
* ধুবুৰীত আজি বতৰ ডাৱৰীযা হব। প্ৰতি ঘণ্টাত ৭.৮ কিঃমিঃ বেগত বতাহ বলিব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩১ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷
* নগাঁৱত আজি বতৰ ডাৱৰীয়া, গৰম কমিব। প্রতি ঘণ্টাত ৬.৪ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত তাপমাত্ৰা সৰ্বোচ্চ ৩১ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷
Share your comments