Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 June, 2023 5:09 PM IST
নিজলৈ বুলি আৰম্ভ কৰা কামটোয়ে পূৰ্ণতা পালে সুস্মিতাৰ

নাম সুস্মিতা শৰ্মা, ঘৰ টীয়কৰ মেলেং বালিচাপৰি বহত গাৱঁত। বহু সৃষ্টিৰাজিৰ আঁৰৰ শিল্পীগৰাকীয়ে হৈছে সুস্মিতা শৰ্মা। সম্প্ৰতি সুস্মিতাই হাত দুখনৰ জৰিয়তেই গঢ়ি তুলিছে এখন বজাৰ। হেণ্ড কাৰ্ফ্টৰ কামৰ জৰিয়তে তাই আজি স্বাৱলম্বী হৈছে।

জন্মদিনৰ উপহাৰৰ পৰা আৰম্ভ কৰি, বিবাহ,  যিকোনো অনুষ্ঠানত অতিথিৰ উপহাৰৰ সামগ্ৰী, মেখেলা চাদৰৰ ডিজাইন, ফেব্ৰিক তথা বিশেষকৈ অনুষ্ঠানতসমূহৰ ল'গ'  প্ৰস্তুত কৰি বাৰুকৈ সমাদৰ লাভ কৰিছে এইগৰাকী আদৰ্শৱান যুৱতীয়ে। উল্লেখযোগ্য যে লক ডাউনৰ সময়চোৱাত সৰুকৈ কেৱল নিজৰ ব্যস্ততা পূৰাবলৈ আৰম্ভ কৰা এই কৰ্ম আজি নিচাৰ পৰা পেছালৈ ৰূপান্তৰ হৈছে আৰু স্বাৱলম্বীতাৰ পথ সুগম কৰিবলৈ সক্ষম হৈছে সুস্মিতা।

সুস্মিতা শৰ্মা

কাকজান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নিজ কৰ্মত ব্ৰতী হৈ সুস্মিতাই ঘৰৰ পৰাই এইদৰে কৰি গৈছে নিজে ভাল পোৱা কামবোৰ। প্ৰথমে ফেচবুক, ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে সৃষ্টিৰাজিক উপস্থাপন কৰি ৰাইজৰ মৰম লাভ কৰি আজি তেওঁ প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা অধিক।আজি গ্ৰাহকে বিচৰা মতে তেওঁৰ দিবলৈহে সময়ৰ অভাৱত অসুবিধাত পৰিছে।

যিহেতু এনে হস্ত নিৰ্মিত সামগ্ৰীসমূহৰ বজাৰত যথেষ্ট চাহিদা আছে সেয়ে কেৱল  চাকৰিৰ পাছত নদৌৰি সকলোকে নিজ নিজ কৰ্মৰাজিৰে আগুৱাই গৈ স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে সুস্মিতাই।

লগতে পঢ়ক- 

উচ্চশিক্ষিত হৈয়ো বোকা-পানী গছকিবলৈ, শাৰিৰীক কষ্ট কৰিবলৈ ভয় নকৰে নন্দিতাই

 

English Summary: Susmita Sarmah shines with handicrafts in Tiyok
Published on: 11 June 2023, 05:09 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now