Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 19 June, 2024 6:01 PM IST
Success Story of Mahindra Story

জীৱনৰ কঠিন সময়ছোৱাত আগবাঢ়ি যাবলৈ সহায়ৰ হাত আগবঢ়াই দিয়াজনেই প্ৰকৃত বন্ধু। কথাতে কয় বিপদৰ বন্ধুৱেই আঁচল বন্ধু। আজি এই লেখাত মহিন্দ্ৰা টেক্টৰছে এজন কৃষকৰ দুৰ্যোগৰ সময়ত কেনেদৰে বিপদৰ বন্ধু হৈ থিয় দিলে আৰু মহিন্দ্ৰা টেক্টৰছৰ সহায়ৰ হাতখনত ধৰি সফলতাৰ শিখৰলৈ গতি কৰিলে সেই বিষয়ে জনাম। 

পাৰশৰাম যাদৱ মহাৰাষ্ট্ৰৰ চিণ্ডৱাৰা গাঁৱৰ এজন সাধাৰণ কৃষক। কৃষকজনৰ এখন পুৰণি টেক্টৰ আছিল। পুৰণি টেক্টৰখনেই তেওঁ কৃষিকৰ্ম আগবঢ়াই নিছিল। কিন্তু বিভিন্ন সময়ত তেওঁৰ টেক্টৰখন বেয়া হৈছিল, কেতিয়াবা কৃষি কৰ্মৰ মাজতে অচল হৈ পৰিছিল। নাইবা কেতিয়াবা টেক্টৰখনত অতিৰিক্ত নতুন মেচিন সংযোগ কৰিবলৈ গৈ বিপাঙত পৰিছিল। ফলত ভৱাধৰণে কামবোৰ কৰিবলৈ, বা কামবোৰ আগবঢ়াই নিবলৈ অক্ষম হৈ পৰিছিল। আনহাতে এখন নতুন টেক্টৰ কৰিব পৰাকৈয়ো তেওঁ সক্ষম নাছিল। ফলত দিনে দিনে তেওঁৰ অৱস্থা বেয়া ফাললৈ গতি কৰিছিল।

লগতে পঢ়ত- 

৫০০ জোপা কৰক, ২০-২৫ বছৰলৈ প্ৰতি বছৰে ২ লাখ টকাকৈ উপাৰ্জন কৰক

নতুন টেক্টৰ এখন কিনিবলৈ তেওঁ সক্ষম নহয় যদিও টেক্টৰ এখন ক্ৰয় কৰাৰ পদ্ধতিৰ বিষয়ে জনাৰ আগ্ৰহেৰে মহিন্দ্ৰা টেক্টৰছৰ ড্ৰিলাৰলৈ যায়। ড্ৰিলাৰত তেওঁ  ড্ৰিলাৰৰ বিষয়াসকলক মুকলিকৈ মুকলিকৈ তেওঁ কৃষি পথাৰত সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে অৱগত কৰে। আৰু কৃষি কৰ্মৰ বাবে কেনেধৰণৰ টেক্টৰ উপযোগী সেই বিষয়েও ড্ৰিলাৰ কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰে। লগতে তেওঁ কয়- এখন টেক্টৰ ক্ৰয় কৰিব পৰাকৈ তেওঁৰ ওচৰত ধনো নাই। কৃষক পাৰশৰামৰ সমস্যাটোৰ কথা জানিব পাৰি; ড্ৰিলাৰৰ বিষয়াই ১৫ দিনৰ ট্ৰায়েলৰ বাবে  এখন মহিন্দ্ৰা টেক্টৰ পাৰশৰাম যাদৱক। পাৰশৰামে নিজৰ কৃষিভূমিত মহিন্দ্ৰা টেক্টৰখনৰ অতুলনীয় কাৰ্যক্ষমতা দেখি আচৰিত হয় আৰু টেক্টৰখন যিকোনো প্ৰকাৰে নিজৰ কৰাৰ মন মেলে। অৱশেষত তেওঁ টেক্টৰখন ক্ৰয় কৰে। মহিন্দ্ৰা টেক্টৰছে পাৰশৰামে তেওঁলোকৰ পৰা টেক্টৰখন ক্ৰয় কৰিব পৰাকৈ সকলো সমৰ্থন আবঢ়ায়। 

মহিন্দ্ৰা টেক্টৰখনে কৃষি কৰ্মত ব্যৱহাৰ কৰি কম দিনতে ব্যাপক সফলতা লাভ কৰিলে। তেওঁ কয় মহিন্দ্ৰা টেক্টৰ ক্ৰয় কৰাৰ সিদ্ধান্তটো তেওঁ জীৱনৰ এটা ডাঙৰ টাৰ্নিং পইন্ট। এখন টেক্টৰ কিনিবলৈ সক্ষম নোহোৱা পাৰশৰাম যাদৱে বৰ্তমানলৈ ২০ খন টেক্টৰ ক্ৰয় কৰিছে। তেওঁ এতিয়া ঘূৰি চাবলগীয়া হোৱা নাই।

লগতে পঢ়ক- 

জুনৰ পৰা অক্টোবৰৰ ভিতৰত এবিঘা মাটিত কৰক মাটিকঁঠালৰ খেতি

 

English Summary: Mahindra Tractors Success Story
Published on: 19 June 2024, 05:52 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now