1. সফল কাহিনী

গোৱালপাৰাত ১২০ বিঘা মাটিত কলৰ লগতে ধান, মাকৈ, অমিতা খেতি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
How to grow Padyy and other crops with bananas
How to grow Padyy and other crops with bananas

কলৰ লগতে ধান, অমিতা, অনাৰস, মাছ পালন কৰিছে গোৱালপাৰাৰ দেৱব্ৰত ৰাভাই। ১২০ বিঘা মাটিত কলৰ খেতিৰ মাজে মাজে দীৰ্ঘদিন ধৰি এই শস্যসমূহৰ খেতি আহিছে উচ্চশিক্ষিত ৰাভাই।

ধানৰ লগত কলৰ খেতি
ধানৰ লগত কলৰ খেতি

তেওঁৰ এই মিশ্ৰিত আৰু বহুতৰপীয়া কৃষিপদ্ধতিৰে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া বহুজনৰ। তলৰ ছবিবোৰত আপোনালোকে দেখিবলৈ পাইছে কিদৰে কল খেতিৰ মাজে ধান খেতি কৰিছে দেৱব্ৰত ৰাভাই।

লগতে পঢ়ক-

Bee Farming : মৌ পালনেৰে স্বাৱলম্বী টীয়কৰ এজন ব্যক্তিৰ মনৰ কথা

কলৰ লগত উদ্যান শস্যৰ খেতি
কলৰ লগত উদ্যান শস্যৰ খেতি

আমাৰ গ্ৰামাঞ্চলৰ কৃষকসকলেও এনে বহুতৰপীয়া কৃষিপদ্ধতিৰে খেতি কৰিব পাৰে। এনেদৰে খেতি কৰিয়েই দেবব্ৰত ৰাভাই কলৰ খেতিৰ লগতে আনুষাংগিক শস্যৰ খেতিসমহূৰ পৰা লাখ টকা উপাৰ্জন কৰি আছে। আৰু নিজৰ লগতে ২০ জন লোকক নিজৰ কলৰ বাৰীখনত সংস্থাপন দিছে।

কলৰ লগত মাকৈ খেতি
কলৰ লগত মাকৈ খেতি

কলখেতিত লাভেই লাভ। এজোপা কলৰ পৰাই বিভিন্ন উত্সৰ উপাৰ্জন হয়- কল, কলৰ পুলি, পছলা, কলৰ ডিল আদি সকলোতে পইচা। কলৰ পাত গৰু-ছাগলীক খোৱাৰ লগতে মাছকো খোৱাব পাৰি।

লগতে পঢ়ক- 

Farmers Avoid These Mistakes : সাধাৰণতে আমাৰ কৃষকসকলে সততে কৰা কেইটামান ভুল

English Summary: How to grow rice and other crops with bananas

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.