Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 18 December, 2024 5:45 PM IST
Mahindra Arjun Novo ৰ সৈতে সপোন বাস্তৱ কৰাৰ পথত কৃষক গুৰমেজ সিং

হাৰিয়ানাৰ যমুনা নগৰৰ এজন প্ৰগতিশীল কৃষক গুৰমেজ সিং। নিজৰ কঠোৰ পৰিশ্ৰম আৰু নতুন চিন্তাধাৰাৰাৰে কাম কৰাৰ বাবে পৰিচিত কৃষক কৃষক গুৰমেজ সিং। কৃষকগৰাকী ১৮-১৯ বিঘা মাটি ৩খন টেক্টৰৰ গৰাকী। কৃষকগৰাকীৰ বাবে কৃষি কেৱল পেচায়েই নহয় খেতি তেওঁৰ নিচা আৰু আৱেগ। তেওঁৰ ৩খন টেক্টৰ আছে যদিও Mahindra Arjun Novo 605 DI 4WD টেক্টৰখন সকলোতকৈ প্ৰিয় আৰু Mahindra Arjun Novo 605 DI 4WD টেক্টৰখনকে তেওঁৰ কৃষক জীৱনৰ সফলতাৰ কাৰণ বুলি গণ্য কৰে। এই সন্দৰ্ভত কৃষক গুৰমেজ সিঙে কয়- মোৰ খেতিৰ Mahindra Arjun Novo 605 DI 4WD টেক্টৰখনে মোৰ খেতি পথাৰ প্ৰতিটো কাম নিয়াৰিকৈ কৰাত বিচৰাধৰণে সহযোগিতা আগবঢ়ায়। টেক্টৰখনত এজন কৃষকৰ প্ৰয়োজনীয়তাসমূহ অধ্যয়ন কৰি নতুন প্ৰযুক্তিৰে ডিজাইন কৰা হৈছে।

কৃষক গুৰমেজ সিঙৰ মতে দ, টান মাটিত হালবোৱা, কৃষি পথাৰত পানী যোগানৰ বাবে, গধুৰ বোজা কঢ়িওৱা বাবে Mahindra Arjun Novo 605 DI 4WD এজন কৃষকৰ বাবে সাৰথিস্বৰূপ। কৃষকগৰাকীয়ে কয়- Mahindra Arjun Novo 605 DI 4WD মাইলেজ আন টেক্টৰতকৈ বেছি। ই এজন কৃষকৰ বাবে ভাল লগা কথা। আমি আগতেই উল্লেখ কৰি আহিছো যে কৃষক গুৰমেজ সিংঙৰ কেইবাখনো টেক্টৰ আছে। কিন্তু Mahindra Arjun Novo 605 DI 4WD চলায় বেছি ভাল পায় আৰু আনন্দ লাভ কৰে। তেওঁৰ কৃষিপথাৰত চালকে টেক্টৰ চলায় যদি বহু সময়ত গুৰমেজ সিঙে Mahindra Arjun Novo 605 DI 4WD টেক্টৰ খন নিজেই চলায় নিজৰ কৃষিকৰ্ম কৰিবলৈ লয়।

ভৱিষ্যত পৰিকল্পনা

প্ৰগতিশীল কৃষকগৰাকীয়ে ভৱিষ্যতে আৰু অধিক যন্ত্ৰপাতি তথা প্ৰযুক্তি ব্যৱহাৰ কৰি খেতি পথাৰত মনোনিৱেশ কৰাৰ কথা ব্যক্ত কৰে। তেওঁ Mahindra Arjun Novo 605 DI 4WD নিজৰ সফলতাৰ অংশীদাৰ বুলিয়ো গণ্য কৰে। ইফালে, মহিন্দ্ৰা টেক্টৰেও তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ অংশ হোৱাৰ আশা প্ৰকাশ কৰে।

গুৰমেজ সিঙৰ কৃষক ৰাইজলৈ বাৰ্তা

যিসকল কৃষিক্ষেত্ৰখনত নতুনত্ব আনিব বিচাৰিছে তেওঁলোকে Mahindra Arjun Novo 605 DI 4WD টেক্টৰখনক সাৰথি কৰি আগবাঢ়ি যাব পাৰে। প্ৰতিজন পৰিশ্ৰমী কৃষকৰ বন্ধু হৈ আপোনাৰ কাষত সকলো সময়তে থিয় হৈ থাকিব- Mahindra Arjun Novo 605 DI 4WD। বিশ্বাসযোগ্য এজন বন্ধুৰ দৰেই Mahindra Arjun Novo 605 DI 4WD সৈতে আপোনাৰ সপোন বাস্তৱায়িত কৰক।

লগতে পঢ়ক- 

Success Story : মহিন্দ্ৰাই পৰিৱৰ্তন আনিলে মহাৰাষ্ট্ৰৰ পৰাশৰাম যাদৱলৈ

English Summary: Gurmej Singh is on way to making his dreams with Mahindra Arjun Novo
Published on: 18 December 2024, 05:45 IST