
মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱৰ এজন পৰিশ্ৰমী কৃষক প্ৰহ্লাদ প্ৰজাপতিৰ সফলতাৰ কাহিনীয়ে প্ৰেৰণা দিব কৃষিক্ষেত্ৰখনত কাম কৰিব খোজা প্ৰতিজন ব্যক্তিকে। কৃষকগৰাকীয়ে কৃষিক্ষেত্ৰখনলৈ অহা শেহতীয়া প্ৰযুক্তিক আঁকোৱালী লৈ নিজৰ জীৱনলৈ এক পৰিৱৰ্তন আনিলে। সৰুৰে পৰা কৃষক হোৱাৰ সপোন কঢ়িয়াই লৈ ফুৰা প্ৰহ্লাদ বৰ্তমান এজন ডাঙৰ কৃষক।
এজন সফল কৃষক হোৱাৰ আঁৰত মহিন্দ্ৰা 275 DI TU PP টেক্টৰখন আছে বুলি প্ৰহ্লাদ প্ৰজাপতিয়ে কথা-বতৰাত আমাক জানিবলৈ দিয়ে।
খেতিৰ আৰম্ভণিতে কৃষকগৰাকীয়ে পৰম্পৰাগত পদ্ধতিৰে কৃষিকৰ্ম কৰি আহিছিল উভটি চাব লগা হোৱা নাছিল। তেওঁৰ জীৱনত এক টাৰ্নিং পইন্টৰ দৰে কাম কৰিছিল মহিন্দ্ৰা 275 DI TU PP টেক্টৰখনে। কাৰণ মহিন্দ্ৰা 275 DI TU PP টেক্টৰখন মহিন্দ্ৰা কোম্পানীয়ে এজন কৃষকৰ প্ৰয়োজনীয়তা আৰু লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বমানৰ প্ৰযুক্তিৰে কৃষকসকলৰ বাবে নিৰ্মাণ কৰিছে। বিশেষকৈ টেক্টৰখনত সংযোগ থকা হাইড্ৰলিক চিষ্টেম অত্যাধুনিক প্ৰযুক্তিৰ।

কৃষকগৰাকীয়ে কয়- মহিন্দ্ৰা 275 DI TU PP য়ে মোৰ কৃষি পদ্ধতিলে ব্যাপক পৰিৱৰ্তন আনিলে। মাটি চহাবলৈ, হাল বাবলৈ হাইড্ৰলিক উঠাবলৈ, বোজা কঢ়িয়াবলৈ যাওঁতে সময়, খৰচ আৰু কষ্ট বেছি হৈছিল। কিন্তু মহিন্দ্ৰা 275 DI TU PP টেক্টৰখন ক্ৰয় কৰাৰ পাছতেই সময়, কষ্ট আৰু খৰচ কমি আহিছিল। কাৰণ মহিন্দ্ৰা 275 DI TU PPয়ে খুব দ্ৰুতগতিত টেক্টৰখনে মষৃণতাৰে কাম সমাপন কৰিছিল।লগতে কষ্ট কম হৈছিল আৰু কম ডিজেলত অধিক মাটি চহাবলৈ সক্ষম হৈছিল আৰু অধিক বোজা কঢ়িয়াব পাৰিছিল।
মহিন্দ্ৰা 275 DI TU PP টেক্টৰখনৰ কিছুমান বিশেষ বিশেষত্ব আছে। সেইবোৰৰ ভিতৰত-
1. শক্তিশালী ৩৯ এইচপি ইঞ্জিণ- সকলো পৰিস্থিতিতে শক্তিশালী দৰে থিয় হয়।
2. ভাল মাইলেজ – কম ডিজেল খায়। যাৰবাবে খৰচ হয়।
3. শক্তিশালী হাইড্ৰলিক চিষ্টেম।
4. মষৃণ ষ্টেংগ আৰু আৰামদায়ক চিট
এইবোৰৰ উপৰি আন কিছুমান সুবিধাও মহিন্দ্ৰা 275 DI TU PP টেক্টৰখনত পোৱা যায়। এই সন্দৰ্ভত প্ৰহ্লাদ প্ৰজাপতিয়ে কয়- টেক্টৰখনৰ পৰা কৃষকৰ কোনো সমস্যা নহয়। কোনো সমস্যা হ’লেই মহিন্দ্ৰাৰ চাৰ্ভিছ টিম আহি পায়। পাৰ্টচবোৰো প্ৰতিখন ডিলাৰত পোৱা যায়। লগতে তেওঁ কয়- মহিন্দ্ৰা 275 DI TU PP কিষাণ প্ৰতিজন কৃষকে ল’ব লাগে। ললে আপোনাৰ কোনো লোকচান নহয়। কাৰণ বৰ্তমান সময়ৰ এজন কৃষকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য কৰিয়েই ডিজাইন কৰা হৈছে মহিন্দ্ৰা 275 DI TU PP টেক্টৰখন।
Share your comments