1. সফল কাহিনী

Mahindra 275 DI TU PP : ১৮ বছৰ পূৰ্বে গঢ়া এটা সম্পৰ্ক, আজিও অটুট

PANKAJ KHANIKAR
PANKAJ KHANIKAR
A relationship 18 years ago, still intact today
A relationship 18 years ago, still intact today

১৮ বছৰীয়া এটা সম্পৰ্ক। ৰাজস্থানৰ ভিলৱাৰাৰ প্ৰগতিশীল কৃষক বাৰ্গমাল গুৰ্জাৰে এটা সম্পৰ্ক ৰক্ষা কৰি আহিছে। এটা বিশ্বাসযোগ্য সম্পৰ্ক। এই সম্পৰ্কটো তেওঁৰ গঢ় লৈ উঠিছে Mahindra 275 DI TU PP  টেক্টৰখনৰ সৈতে। এক কথাত তেওঁৰ কৃষি পেচাক এক নিচা আৰু আৱেগলৈ পৰিৱৰ্তন কৰাইছে বুলি কলেও বঢ়াই কোৱা নহ’ব এই ১৮ বছৰীয়া সম্পৰ্কটোৱে। তেওঁৰ সফলতাৰ আঁৰত তেওঁৰ এই সম্পৰ্কটো বুলি গণ্য কৰে।

কৃষক বাৰ্গমাল গুৰ্জাৰে ৫০ বিঘা মাটিত উন্নত শস্যৰ খেতি কৰে। আৰু এই ৫০ বিঘা মাটিত নিজৰ কৃষিকৰ্মক সফলতাৰে আগবঢ়াই নিবলৈ তেওঁৰ কাষত থাকে Mahindra 275 DI TU PP  টেক্টৰখন। কৃষক বাৰ্গমাল গুৰ্জাৰ পৰিয়ালটো তিনি প্ৰজন্ম ধৰি কৃষিকৰ্মৰ লগত জড়িত। ২০০৫ চনত তেওঁলোকে প্ৰথমবাৰৰ এখন মহিন্দ্ৰা টেক্টৰ ক্ৰয় কৰি মহিন্দ্ৰাৰ লগত এটা সম্বন্ধ সৃষ্টি কৰে। সেয়াই আৰম্ভণি। তাৰপাছতে বাৰ্গমাল গুৰ্জাৰৰ পথাৰ আৰু জীৱনলৈ এক পৰিৱৰ্তন আহে। এই সন্দৰ্ভত কৃষকগৰাকীয়ে কয়- মহিন্দ্ৰা টেক্টৰ মোৰ বাবে কেৱল এটা ব্ৰেণ্ডেই নহয়। ই মোৰ সফলতাৰ আন এটা নাম।

Mahindra 275 DI TU PP  গোপনীয়তা

Mahindra 275 DI TU PP  টেক্টৰেৰে কৃষকৰ জীৱনলৈ সফলতা অনাৰ মূলতে আছে- কৃষকৰ প্ৰয়োজনীয়তা সমূহ অধ্যয়ন কৰি এই মডেলটো ডিজাইন কৰা হৈছে। যিয়ে Mahindra 275 DI TU PP ক অধিক কাৰ্যক্ষম আৰু কামসমূহ সহজে সমাপন কৰাৰ যোগ্য কৰি তুলিছে। যেতিয়া কৃষক বাৰ্গমাল গুৰ্জাৰে পৰম্পৰাগত পদ্ধতিৰে খেতি কৰিছিল তেতিয়া বৰ বেছি সফলতা লাভ কৰিব পৰা নাছিল। আৰু তেওঁৰ উপাৰ্জনো ভাল নহৈছিল। কৃষি বৃত্তিটোক লৈ নিজেও সুখী নাছিল। কিন্তু টেক্টৰৰ সহায়ত কামবোৰ আগবঢ়াই নিয়াত সফল হোৱাত উপাৰ্জন ভালো হয়। বৰ্তমান তেওঁৰ নিজৰ কৃষি বৃত্তিটোক লৈ সুখী আৰু কৃষক বুলি গৌৰৱ কৰিব পাৰে।  তেওঁৰ এই সফলতা বাবে মহিন্দ্ৰা টেক্টৰক শলাগ লয় আৰু কৃষকসকলকো মহিন্দ্ৰা টেক্টৰৰ ক্ৰয় কদৰি নিজৰ কৃষক জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক- 

Mahindra Arjun Novo ৰ সৈতে সপোন বাস্তৱ কৰাৰ পথত কৃষক গুৰমেজ সিং

English Summary: A relationship 18 years ago, still intact today

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.