1. অন্যান্য

ভয়ানক খৱৰ!! দিল্লীতকৈ বিশাল আকাৰৰ হিমবাহ ভাঙিল এণ্টাৰ্কটিকাত, বিজ্ঞানী সকললৰ ভয়াৱহ দুর্যোগৰ সতর্কবানী

KJ Staff
KJ Staff
Photo Credit: Google
Photo Credit: Google

   সমগ্র বিশ্বৰ বাবে অশনি সংকেত ৷ এটা বিশাল আকাৰৰ হিমবাহ ভাঙি গলিবলৈ আৰম্ভ হৈছে এণ্টাৰ্কটিকাত। ইয়াৰ আকাৰ বিশাল প্ৰায় 4,320 বৰ্গ কিলোমিটাৰ। যি ভাৰতৰ ৰাজধানী দিল্লীতকৈ তিনিগুণ ডাঙৰ। বর্তমান বিজ্ঞানীসকলে ব্যক্ত কৰে যে প্ৰদূষণৰ বাবে আইচবাৰ্গটো বৰফৰ চেল্ফৰ পৰা ওলাই আহিছিল।

আৰু পঢ়ক- এতিয়া মহিন্দ্ৰাৰ টেক্টৰ ক্রয় কৰি লাভ কৰক এক লাখ টকাৰ স্বাস্থ্য বীমা (M&M announces ₹1-lakh health insurance for new tractor customers)

  বিমানৰ পৰা গ্রহণ কৰা উপগ্ৰহ চিত্ৰত দেখা পোৱা গৈছে যে আইচবাৰ্গ, এ-76, ৰনি আইচ শ্বেল্ফৰ পশ্চিম প্ৰান্তৰ পৰা সম্পূর্ণ ভাঙি আহিছে। ই ইমান দিন ধৰি ৱেডেল সাগৰত ভাঁহি আছিল। কিন্তু এইটো মূল বৰফৰ চেল্ফৰ অংশ হিচাপে আছিল। কিন্তু হঠাতে এইটো ভাঙি অহাত বিশ্বত বাসকৰা জীৱকূলৰ বাবে ত্রাসৰ কাৰণ হৈ পৰিছে। বৰ্তমানৰ বাবে, ই হৈছে বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ, যি ৱেডেল সাগৰত ওপঙি আছে। আনহাতে, এ-23এ তালিকাত দ্বিতীয় স্থানত আছে, যি হৈছে 3380 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত।

বিজ্ঞানীসকলে কৈছে যে এণ্টাৰ্কটিকাৰ বৰফৰ অৱস্থা সমগ্ৰ পৃথিৱীৰ তুলনাত বহুত দ্ৰুতগতিত গৰম হৈ আছে। সেইকাৰণে ৱেডেল সাগৰত বহুতো আইচবাৰ্গ লক্ষ্য কৰা হৈছে। কিন্তু এই মুহূৰ্তত সাগৰত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ এনে কোনো ভাবুকি নাই কাৰণ ই ইতিমধ্যে ওপঙি আছিল। সেইকাৰণে এতিয়া বহুত বেছি ভয়ৰ কাৰণ নাই যদিও সম্পূর্ণ বিপদমুক্ত বুলি কব নোৱাৰি।

   এনেধৰণৰ অধিক কৃষি তথ্য পঢ়িবলৈ আমাৰ এই ৱেবছাইটটো দৰ্শন কৰি থাকিব।

আৰু পঢ়ক- আপোনাৰ হাতত এক টকাৰ নোট আছে নেকি? তেন্তে আপুনি 45,000 টকালৈকে পাব পাৰে
English Summary: Braking news a huge icebarg breakdown in antartica

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.