1. অন্যান্য

আপুনি ঘৰতে কিদৰে পোলাও বনাব পাৰে শিকি লওঁ আহক (Biriani recipe at home)

KJ Staff
KJ Staff
Biriani recipe at home
Biriani recipe at home

উপকৰণ (gradients): 

বাচমতী চাউল : ২৫০ গ্ৰাম,(৮০% সিজাই ল’ব)

আপেল : ১টা

ডালিম গুটি : ১ বাতি

চেৰী : ১২টা

মটৰ সৰু বাতিৰে : ১বাতি(সিজাই ল’ব)

কিছমিছ : ২০টা

কাজু : ১৫টা

আখৰুট : ১০টুকুৰা মান

ঘী : ২চামুছ

তেজপাত : ২টা

গৰম মছলা : ১/২চামুছ

কেশৰ : অলপ(পানীত তিয়াই থব )

জিৰা : এক চামুছ

ইলাচী গুৰি : আধা চামুছ

নিমখ সোৱাদ অনুযায়ী

ৰন্ধন প্ৰণালী (Process): 

   প্রথমতে চচ এটাত অকনমান ঘী দি কাজু আৰু আখৰুট দি ভাজি ল’ব। বাচমতী চাউলখিনি কেশৰ পানী খিনি ঢালি থৱ৷ কেৰাহিত ঘী দি জিৰা এচামুছ তেজপাত আৰু মটৰ দি নিমখ, কিছমিছ, ভজা কাজু আৰু আখৰুট দি ভালকৈ লৰাই সিজাই লোৱা বাচমতি চাউলখিনি দি দিব। লগতে গৰম মছলা চেৰী, আপেল ,ডালিম আৰু ইলাছি গুৰি দি ভালকৈ ভাজিব। এতিয়া আপুনি গৰমে গৰমে পৰিবেশন কৰিব পাৰে।

আৰু পঢ়ক- আপোনাৰ খালী হৈ পৰি থকা মাটীত ATM মেচিন বহাই মাহে লাখ টকা উপার্জন কৰক

English Summary: Biriani recipe at home

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.