1. অন্যান্য

এমাজনত আকর্ষনীয় অফাৰ, ৪৫% ৰেহাই মূলত লাভ কৰক আপোনাৰ মন পছন্দৰ সামগ্রী

KJ Staff
KJ Staff
Amazon Deals
Amazon Deals

এমাজন ডট ইনত গ্র’চেৰী আৰু ঘৰুৱা সামগ্রী, পেকেট খাদ্য, ব্যক্তিগত সাজ-সজ্জা, শিশু আৰু পােহনীয়া জন্তুৰ চোৱাচিতা কৰা সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰীসমূহৰ ওপৰত ৪৫ ৰেহাই উপভােগ কৰক। গ্র’চেৰীৰ বিপণন আৰম্ভণি ১ টকা আৰু প্রাইম সদস্যসকলৰ বাবে বিনামূলীয়া ডেলিভাৰীৰ সুবিধাৰ সৈতে ছুপাৰ ভেন্যু ডে লাইভ হৈ থাকিব ০৭ মার্চ,২০২২-লৈকে।

  গ্রাহকসকলে ডাৱট, হিমালয়া, চানফেষ্ট, ডাৱৰ, কেডবেৰী, কেল’গ, মাডাৰ ডেইৰীৰ লগতে আন বহুতােবােৰৰ দৰে জনপ্রিয় ব্ৰেণ্ডসমূহৰ ওপৰত সুবিধাজনক ডেলিভাৰীৰ সুযােগৰ সৈতে অকল এটা অনলাইন লক্ষ্যস্থানৰ পৰা পাব পাৰিব ৰােমাঞ্চকৰ মূল্য আৰু ফ্রেচ অফাৰসমূহ।

গ্রাহকসকলে লগতে নিম্নতম ২,৫০০ টকাৰ ক্ৰয়ৰ ওপৰত অতিৰিক্ত ১০ শতাংশ লাভ কৰিব। তাৎক্ষণিক ৰেহাই এক্সিচ বেংক ডেবিট কার্ড আৰু ক্রেডিট কার্ডৰ ওপৰত লগতে ২৫০ টকালৈকে ৰেহাই আৰু ৪র্থ-৭ম মার্চ-ৰ পৰা নিম্নতম ২০০০ টকাৰ অৰ্ডাৰৰ ওপৰত ২০০ টকা ঘূৰাই দিয়া হ'ব।

English Summary: Amazing offers in Amazon buy products with 45 percent discount

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.