অনুষ্ঠানটোত শোণিতপুৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা কৃষি বিষয়া পংকজ শইকীয়া, কাৰ্যবাহী অভিযন্তা প্ৰসন্নজিৎ শইকীয়াই, সহকাৰী অভিযন্তা ভূপেন বৰুৱাৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷
লগতে পঢ়ক-
পলিহাউচ খেতি কি ? আপোনাক এই প্ৰৱন্ধত জনাম পলিহাউচ খেতিৰ A to Z
English Summary: Tractors distributed among farmers in Sonitpur
Share your comments