Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 December, 2023 11:18 AM IST
The Millionaire Farmer of India Awards 2023

৩ দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা দিল্লীৰ আইচিআৰ পুছা গ্ৰাউণ্ডত মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া এৱাৰ্ড ২০২৩। কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ উদ্যোগত মহিন্দা টেক্টৰছৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে অনুষ্ঠানটোৰ। দেশ-বিদেশৰ কৃষক, পশুপালকৰ লগতে বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত হৈছেহি কৃষিখণ্ডৰে জড়িত বিভিন্ন উদ্যোগপতি, ব্যৱসায়ী আৰু দেশৰ কৃষি বিভাগৰ লগত জড়িত বিভিন্ন ব্যক্তি। কৃষিক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কৃষক, কৃষকগোষ্ঠী, কৃষি উদ্যোগীসকলক সন্মান জনোৱা হ’ব এই অনুষ্ঠানত। লগতে ক্ৰেতা-বিক্ৰেতাসকলৰ মাজত মত-বিনিময় অনুষ্ঠানো সম্পন্ন হ’ব। আৰু বিভিন্ন বিষয়ত কৃষক আৰু কৃষিখণ্ডকলৈ আলোচনা চক্ৰও অনুষ্ঠিত হ’ব।

মিলিয়নাৰ ফাৰ্মাৰ এৱাৰ্ডত মহিন্দা টেক্টৰৰ বিভিন্ন মডেলৰ প্ৰদৰ্শনী

কৃষক, কৃষিৰে জড়িত ব্যক্তিসকলৰ লগতে পুৱাৰে মহিন্দা টেক্টৰছ বেণ্ডৰ প্ৰদৰ্শনী তথা বিপনী, জৈৱিক সাৰ তথা কীটনাশক সামগ্ৰীৰ বিপনী, বিভিন্ন বেণ্ডৰ কৃষি সঁজুলিৰ বিপনী, বীজ ভাণ্ডাৰ বিপনী আদিৰে ভৰি পৰিছে মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ডৰ বাকৰি।

লগতে পঢ়ক- 

শ্যামকানু মহন্তৰ এটা ফেচবুক পোষ্ট আৰু তাপস চাহনিৰ এটা কমেন্ট

মিলিয়নাৰ ফাৰ্মাৰ এৱাৰ্ডত মহিন্দা টেক্টৰৰ বিভিন্ন মডেলৰ প্ৰদৰ্শনী
মিলিয়নাৰ ফাৰ্মাৰ এৱাৰ্ডত মহিন্দা টেক্টৰৰ বিভিন্ন মডেলৰ প্ৰদৰ্শনী

অনুষ্ঠানটোৰ প্ৰথম দিনৰ কাৰ্যসূচী মুকলি কৰিব গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে। উদ্বোধনী অনুষ্ঠানটোত  উপস্থিত থাকে প্ৰাক্তন উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ এছএইছ পি সদাশিৱম, Dr US Gautam (DDG Extension, ICAR),  ড০ নীলম পেটেল ( Senior Adviser, Agriculture, NITI Aayog) মহেশ কুলকানি (Head Marketing, Mahindra & Mahindra), MC Dominic প্ৰতিষ্ঠাপক, মুখ্য সম্পাদক কৃষি জাগৰণ।

লগতে পঢ়ক- 

Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি

English Summary: The Millionaire Farmer of India Awards 2023 in Pusa Ground in Delhi
Published on: 06 December 2023, 11:18 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now