Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 December, 2023 3:38 PM IST

গুৱাহাটী: আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান(IRRI)ৰ সহযোগত এফ চি এফ ইণ্ডিয়াই ৩০ নৱেম্বৰত গুৱাহাটীত এক বিশেষ আলোচনা সভা অনুষ্ঠিত কৰে। Micro-scale Programme of Activities (mPoA) হিচাপে ডিজাইন কৰা প্ৰকল্পৰ অংশ হিচাপে “GHG reductions with better irrigation practices in rice cultivation" শীৰ্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰস্তাৱিত প্ৰকল্পটোৰ সবিশেষ আলোচনা কৰা হয়।

সভাত অংশগ্ৰহণ কৰি অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ (ASOCA)ৰ সঞ্চালক শ্ৰী মৌচম হাজৰিকাই জল ব্যৱস্থাপনা প্ৰকল্প আৰু বিশেষকৈ ধান খেতিৰ পৰা সেউজ গৃহ গেছৰ নিৰ্গমন(GHG) হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।এই প্ৰকল্পই কৃষকসকলক পৰিৱেশতন্ত্ৰৰ উত্তৰণ ঘটোৱাত সহায় কৰিব বুলি তেখেতে ব্যক্ত কৰে।

উক্ত অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ সঞ্চালক শ্ৰী মৌচম হাজৰিকা, তেজপুৰৰ উত্তৰ-পূব আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক ড° প্ৰদীপ কুমাৰ বৰা, খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ড° আৰ কে ঠাকুৰিয়া আৰু এফ চি এফ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জছমীত সিঙৰ লগতে বিভিন্ন কৃষক উৎপাদক কোম্পানীসমূহৰ সদস্যসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

১৫ বিঘা মাটিত বেঙেনা, আলু, শাক-পাচলিৰ লগতে কৰে ধান খেতি

 

English Summary: Special Meeting on GHG reductions with better irrigation practices in rice cultivation in Guwahati
Published on: 01 December 2023, 03:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now