Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 December, 2022 5:43 PM IST
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰায় অৰ্ধ শতাধিক ছাত্ৰী-ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত।
বিপনীসমূহ নানা তৰহৰ ওষধি গছ, ফল-ফুলেৰে পুলিৰে সজাই তোলা হৈছে। কিন্তু গ্ৰাহকৰ সংখ্যা লগাকৈ কম।
উদ্যান শস্যৰ পুলিৰ বিপণীসমূহৰ সমান্তৰালভাৱে থলুৱা কৃষক উতপাদিত আছাৰ, জেলি আদিৰ বিপণীয়ো দেখিবলৈ পোৱা গৈছে সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২ ৰ দ্বিতীয় দিনটোত।
ইয়াৰে অসমৰ কৃষি খণ্ডত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ সন্দৰ্ভতো আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় দ্বিতীয় দিনটোত।
ইফালে, অসমৰ কৃষি তথা উদ্যানশস্য খণ্ডক উজ্জীৱিত কৰা এই মেলাখন ভ্ৰমণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ কৃষি মন্ত্ৰী অতুল বৰাই।

লগতে পঢ়ক- 

কৃষিমন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰা আন্তৰ্জাতিক কৃষি-উদ্যানশস্য মেলাৰ কেইখনমান আলোকচিত্ৰ

English Summary: Some Snaptshot of the 7th Assam International Agri Horti Show 2022 of 2nd days
Published on: 18 December 2022, 05:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now