Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 18 December, 2022 5:43 PM IST
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰায় অৰ্ধ শতাধিক ছাত্ৰী-ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত।
বিপনীসমূহ নানা তৰহৰ ওষধি গছ, ফল-ফুলেৰে পুলিৰে সজাই তোলা হৈছে। কিন্তু গ্ৰাহকৰ সংখ্যা লগাকৈ কম।
উদ্যান শস্যৰ পুলিৰ বিপণীসমূহৰ সমান্তৰালভাৱে থলুৱা কৃষক উতপাদিত আছাৰ, জেলি আদিৰ বিপণীয়ো দেখিবলৈ পোৱা গৈছে সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২ ৰ দ্বিতীয় দিনটোত।
ইয়াৰে অসমৰ কৃষি খণ্ডত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ সন্দৰ্ভতো আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় দ্বিতীয় দিনটোত।
ইফালে, অসমৰ কৃষি তথা উদ্যানশস্য খণ্ডক উজ্জীৱিত কৰা এই মেলাখন ভ্ৰমণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ কৃষি মন্ত্ৰী অতুল বৰাই।

লগতে পঢ়ক- 

কৃষিমন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰা আন্তৰ্জাতিক কৃষি-উদ্যানশস্য মেলাৰ কেইখনমান আলোকচিত্ৰ

English Summary: Some Snaptshot of the 7th Assam International Agri Horti Show 2022 of 2nd days
Published on: 18 December 2022, 05:43 IST