Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 20 January, 2023 7:00 PM IST
বিশ্বনাথ জিলাৰ পাভৈ কৃষি চক্ৰৰ নিবাসী প্ৰগতিশীল কৃষক পুণ্য প্ৰসাদ খাউণ্ড। বিজ্ঞানৰ স্নাতক পূণ্য খাউণ্ডে কৰিছে ষ্ট্ৰ’বেৰী খেতি।
দীৰ্ঘদিনে কৃষিকৰ্মৰ লগত জড়িত হৈ আহিছে খাউণ্ডে । কৃষিকৰ্মক আগবঢ়াই নিবলৈ খাউণ্ডে জিলা কৃষি কাৰ্যালয়ৰ পৰা বিভিন্ন সময়ত সা-সুবিধা তথা দিহা পৰামৰ্শ লাভ কৰিছে।

লগতে পঢ়ক- 

Ash gourd farming : এবিঘা মাটিত আৰম্ভ কৰক ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত

এইবাৰ জিলা কৃষি কাৰ্যালয়ে প্ৰদান কৰা ষ্ট্ৰবেৰী পুলিৰে খেতি কৰিছিল খাউণ্ডে।
সম্প্ৰতি গছত দুই-এটা ষ্ট্ৰ’বেৰী লাগিছে।

লগতে পঢ়ক- 

জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীতে কৃষকসকলে আৰম্ভ কৰক নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি

English Summary: Punya Prasad Khaund grows strawberries cultivation in Bishwanath
Published on: 20 January 2023, 04:53 IST