Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 July, 2022 4:46 PM IST
Earn money in lockdown

 আপোনাক ধনৰ জৰুৰী প্ৰয়োজন কিন্তু ইয়াক কেনেকৈ আৰু ক'ৰ পৰা উপাৰ্জন কৰিব লাগে নাজানে তেন্তে শেষলৈকে এই প্ৰবন্ধটো পঢ়ক। যদিও টকা উপাৰ্জন কৰাৰ বহুতো উপায় আছে কিন্তু আজি আমি আপোনাক আটাইতকৈ সৰল উপায়টো ক'ম য'ত আপুনি আপোনাৰ পকেটৰ পৰা এটা পইচাও খৰচ কৰিব নালাগে।

ঘৰত কেনেকৈ টকা উপাৰ্জন কৰিব (How to earn from home in lockdown)

   আমি জানো যে ক'ৰনা মহামাৰীৰ সক্রমণ বৃদ্ধি হোৱাৰ বাবে, চৰকাৰে দেশৰ বহু ঠাইত লকডাউন আৰোপ কৰিছে, যাৰ ফলত বহুলোক ঘৰতে আবদ্ধ হৈ আছে। সেয়েহে আপুনি এইসময়খিনিত কমেও ১.৫ লাখ টকালৈকে উপাৰ্জন কৰি ঘৰত থকাৰ সুবিধা লাভ কৰিব পাৰে। আপুনি কেৱল আপোনাৰ ঘৰত পুৰণি 25 পইচা মুদ্ৰা আছে নে নাই বিচাৰিব লাগিব আৰু যদি আপুনি এটাও পায় তেন্তে পলম নকৰি আপোনাক মোবাইল টোৰে মাত্ৰ 25 পইচা মুদ্ৰাৰ এখন ফটো ক্লিক কৰক।

   তাৰ পিছত মাত্ৰ www.IndiaMART.com মুদ্ৰা ফটো আপলোড কৰক য'ত মানুহে অনলাইন নিলামত অংশগ্ৰহণ কৰে। যিজন ব্যক্তিয়ে আপোনাৰ মুদ্ৰাৰ বাবে সৰ্বাধিক মুল্য দিব তেওঁলৈ বিক্রী কৰি দিয়ক। আটাইতকৈ ভাল কথাটো হ'ল যে ইয়াত আপুনি ক্ৰেতাৰ সৈতে কম-বেছিও কৰিব পাৰে। কিন্তু আপুনি নিশ্চিত কৰিব লাগিব যে আপোনাৰ মুদ্ৰাৰ ৰং চিলভাৰ।

আৰু পঢ়ক- আপুনি এজন মীন পালক নেকি? কম খৰচতে কেনেদৰে পোনা উৎপাদন কৰিব পাৰে শিকি লওক 

25paisa coin

আৰু পঢ়ক- ব্যৱসায়িক ভিত্তিত কৰা ফুলৰ অনিষ্টকাৰী কেইবিধমান কীটপতংগ আৰু নিয়ন্ত্রণৰ উপায়

5 পইচা আৰু 10 পইচা মুদ্ৰা বিক্ৰী কৰক

   তাৰোপৰি আপুনি পুৰণি ১০ পইচা আৰু ৫ পইচাৰ মুদ্ৰা বিক্ৰী কৰিও কম সময়তে ধন উপাৰ্জন কৰিব পাৰে। আপুনি এই মুদ্ৰাবোৰ www.IndiaMART.com বিক্ৰী কৰিব পাৰে।

   যদি আপুনি ইণ্ডিয়ামাৰ্টত মুদ্ৰা বিক্ৰী কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ যোগাযোগৰ বিৱৰণ প্ৰবিষ্ট কৰি পঞ্জীয়ন কৰিব লাগিব। তাৰ পিছত কেৱল আপোনাৰ তালিকাত সামগ্ৰীৰ ফটো আপলোড দিয়ক।

ইণ্ডিয়ামাৰ্টৰ বিষয়ে (about IndiaMART)

    ইণ্ডিয়ামাৰ্ট হৈছে দেশৰ অন্যতম বৃহৎ ই-কমাৰ্চ বজাৰ। ইয়াৰ ৱেবছাইটত কোৱা হৈছে - "ইণ্ডিয়ামাৰ্টে 10 কোটিতকৈও অধিক ক্ৰেতা আৰু 60 লাখ+ যোগানকৰ্তাসকলক সেৱা আগবঢ়াই আছে। আপুনি নিৰ্মাতা হওঁক বা ৰিটেইলাৰ হওঁক, ইণ্ডিয়ামাৰ্ট হৈছে অনলাইন ব্যৱসায় বৃদ্ধিৰ বাবে আগশাৰীৰ প্রতিস্থান আৰু আমাৰ website আৰু ম'বাইল appত 100 নিযুতৰো অধিক ব্যৱহাৰকাৰী আছে আৰু বিশ্বাস কৰিছে।

এই সংকটৰ সময়ছোৱাত, সকলোৱে (কৃষক সম্প্ৰদায়) অধিক ধন উপাৰ্জনৰ উপায় বিচাৰি আছে। পুৰণি মুদ্ৰা বিক্ৰী কৰি আপুনি ঘৰত বহি সহজে ভাল উপাৰ্জন কৰিব পাৰে।

আৰু পঢ়ক- মৌ-মাখি পালন কৰি স্বাৱলম্বী হওক ( honey bee farming)

English Summary: need money urgently here how you can earn lakhs sitting at home
Published on: 16 July 2022, 04:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now