Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 8 October, 2022 4:20 PM IST
Mobile-laptop Repair Business

দেশৰ শিক্ষিত যুৱকসকলৰ নিৰানব্বৈ শতাংশই চৰকাৰী চাকৰি পাছত দৌৰি আছে। কিন্তু নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী। চাকৰি লাভ কৰিছে অতি মেধা সম্পন্ন ছাত্ৰী-ছাত্ৰীসকলে, পইচা ঘোচ দিব পৰা দেউতাকৰ সন্তানে বা কোনো ৰাজনৈতিক নেতা বা অৰ্থনৈতিকভাৱে শক্তিশালী লোকৰ লগত হলি-গলি থকা এখিনি যুৱক-যুৱতীয়ে। বাকী চৰকাৰী চাকৰি নোপোৱাসকলে কেতবোৰ ব্যক্তিগত অনুষ্ঠানৰ লগতে খেতি, পশুপালন, ব্যৱসায় বাণিজ্য আদি কামত ব্যস্ত। ইয়াৰ লগে লগে কিছুসংখ্যক যুৱক-যুৱতীয়ে সময়ে কঢ়িয়াই অনা কিছুমান সুযোগ গ্ৰহণ কৰি কৰ্মসংস্থাপনৰ বাট মুকলাইছে।

সম্প্ৰতি সকলো মানুহৰ হাতে হাতে থকা এটা বস্তু হ’ল মবাইল। এখন ঘৰত বৰ্তমান গড়ে দুই-তিনিটা মবাইল থাকেই। তদুপৰি আজিকালি প্ৰতিঘৰে ঘৰে লেপটপ, কম্পিউটাৰ, টিভি আদি থাকেই। মবাইল, লেপটপসমূহ ৰিপায়াৰিঙৰ কাম শিকি যুৱকসকলে খুৱ সোণকালে কৰ্মসংস্থাপনৰ পথ মুকলি কৰি লব পাৰে। বৰ্তমান অসমৰ বহিঃৰাগ যুৱকসকলে অসমত আহি ৰিপায়িঙৰ বজাৰখন লৈ আহিছে। অসমৰ শিক্ষিত যুৱকসকলেও খুৱ খৰচতে এই কামসমূহ তিনিআলি-চাৰি আলিত ৰিপায়াৰিং চেন্টাৰ এটা খুলি লব পাৰে। এই ব্যৱসায়ৰ এটা আটাইতকৈ লাভজনক দিশ হল ইয়াৰ কোনো ঋতু নাই। ১২ মাহে চলিব এই ব্যৱসায়। আৰু এই ব্যৱসায়ৰ বাবে আটাইতকৈ আটাইতকৈ প্ৰয়োজনীয় দিশটো হ’ দক্ষতা।

লগতে পঢ়ক- 

ভীমকলৰ খেতি থকাসকলে যোগাযোগ কৰিব পাৰে ইন্দুকল্প ভৰালীৰ লগত

ইয়াক অনলাইনত শিকিব পাৰিব যুৱক-যুৱতীসকলে। কিন্তু কোনো প্ৰতিষ্ঠানত নামভৰ্তি কৰি ভালকৈ মোবাইল-লেপটপৰ মেৰামতিৰ কামবোৰ শিকি ল’লে বেছি ভাল হব। নাইবা কোনো মবাইল-লেপটপ ভাল কৰা দোকানত ছমাহ-এবছৰ ইন্টাৰ্ণশ্বিপত কাম কৰিব পাৰে। কোনো প্ৰতিষ্ঠানত শিকিলেও বৰ বেছি খৰচ নপৰে।

এই কামবোৰ প্ৰতিজন শিক্ষিত যুৱকেই মন দিলে শিকি ল’ব পাৰে। কাৰণ এই কামবোৰ দেখি শিকা আৰু শিকালেই শিকি যোৱা। গ্ৰামাঞ্চলৰ বহু যুৱকে পঢ়া-শুনা কৰাৰ পাছতে চাকৰি নাই বুলি শুই-বহি কটায়। লগতে জনাও যে চাকৰিৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে এজন যুৱকে এই কাম শিকি থাকিব পাৰে। পৰৱৰ্তী সময়ত চাকৰি নাপালেও শিকি থোৱা কামটোৱে আপোনাক কেনেদৰে কামত আহিব ভাৱিব নোৱাৰিব। চাকৰি পালেও কামটো শিকি থলে লোকচান নহয় বৰঞ্চ লাভ হব। এনেদৰে মবাইল-লেপটপৰ ৰিপায়াৰিঙৰ কাম কৰি মাহত ১৮-১৯ হাজাৰ টকা ইনকাম কৰিব পাৰিব। তাকো স্বাধীনভাৱে। কিন্তু এই সকলোবোৰ নিৰ্ধাৰণ তেওঁৰ কামৰ ওপৰত।

লগতে পঢ়ক- 

লগতে পঢ়ক- ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰি কৰি বিপাঙত কৃষক ৰাইজ

English Summary: Mobile-laptop Repair Business
Published on: 08 October 2022, 04:20 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now