1. News

কৃষকসকলে একগুলিত দুই চিকাৰ কৰক আলুৰ লগত ৰঙালাও খেতি কৰি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
এতিয়া আলু খেতিৰ বতৰ। ৰাজ্যৰ কৃষকসকল ব্যস্ত অন্য শীতকালীন শস্যৰ লগতে আলু খেতিত। এই বাৰ বিভিন্ন ঠাইত কৃষকসকলে টেক্টৰৰ লগত সংযুক্ত মেচিনৰ সহায়ত কৃষকসকলে আলু ৰোপন কৰিছে।

কিন্তু কৃষকসকলে আলু খেতিৰ লগতে ৰঙালাও খেতি কৰিব পাৰে। আলু অলপ ডাঙৰ হোৱাৰ পাছতে ৰঙাপুলি খুলি কৰি আলুৰ মাজে মাজে ৰুই দিব লাগে। এটা কথা লক্ষ্য কৰিব লাগে যে আলু চপোৱাৰ পূৰ্বেই যাতে ৰঙালাওগছবোৰ ডাঙৰ হৈ আলু খেতিত বাধা নিদিয়ে। গতিকে কৃষকগৰাকীয়ে ৰঙালাও পুলি ৰোপন কৰাৰ এমাহ-ডেৰমাহৰ পাছত ৰঙালাও পুলিবোৰ ৰুৱ লাগে- এই কথাটো মন কৰিব।

লগতে পঢ়ক- 

ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ

এনে খেতিৰ দ্বাৰা কৃষকগৰাকীয়ে এক গুলিত দুই চিকাৰ কৰাৰ দৰে হয়। কাৰণ আলু চপোৱাৰ পাছতে ৰঙালাওবোৰ আলু কৰি চহাই থোৱা আৰু সাৰুৱা মাটিখিনিত ৰঙালাও খেতি নিজেই নিজেই হৈ যাব। উল্লেখ্য যে আগতীয়াকৈ চপোৱা সৰিয়হ তলীসমূহতো ৰঙালাও খেতি কৰিব পাৰিব।

চহৰ বাসিন্দাসকলে ঘৰতে এনেদৰে পাতিব পাৰে এখন পাচলিৰ বাৰী

English Summary: mixed cultivation of potato & pumkin

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.