1. News

MTMFOI- 2023ৰ বিশেষ পৃষ্ঠপোষকতাৰ দায়িত্ব লৈছে কেমিকেল মেনুফেকচাৰিং কোম্পানীয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Millionaire Farmer of India Awards 2023 gets support from FMC Corporation will participate as sponsor of the program
Millionaire Farmer of India Awards 2023 gets support from FMC Corporation will participate as sponsor of the program

দেশৰ কৃষকসকলক এক নতুন পৰিচয় দিবলৈ মহিন্দ্ৰা ট্ৰেক্টৰছৰ পৃষ্ঠপোষকতাত ভাৰতীয় কোটিপতি কৃষক বঁটা ২০২৩য়ে এতিয়া দেশৰ অন্যতম বৃহৎ সাৰ কোম্পানী এফ এম চিৰ সহযোগিতা লাভ কৰিছে।

এতিয়া কৃষি জাগৰণে আয়োজন কৰা এই বিশেষ বঁটা প্ৰদান অনুষ্ঠানটো এফ এম চি কৰ্পৰেশ্যনে পৃষ্ঠপোষকতা কৰিবলৈ ওলাইছে আৰু কৃষি জাগৰণে এই বিশেষ অংশীদাৰিত্বৰ বাবে এফ এম চি কৰ্পৰেশ্যনক আন্তৰিকতাৰে আদৰণি জনাইছে।

লগতে পঢ়ক- 

Inspiring Story : কাঠফুলা, কেঁচুসাৰৰ পৰা মৰুৱা, কণী ধানলৈ মুনমী শইকীয়া

আপোনালোকক কওঁ যে এফ এম চি কৰ্পৰেশ্যন হৈছে আমেৰিকাৰ কেমিকেল মেনুফেকচাৰিং কোম্পানী, যিয়ে ১৮৮৩ চনত কীটনাশক উৎপাদনকাৰী হিচাপে আৰম্ভ কৰিছিল আৰু পিছলৈ আন উদ্যোগলৈও সম্প্ৰসাৰিত হৈছিল।

Millionaire Farmer of India Awards 2023 Sponsored by Mahindra Tractors ভাৰতীয় কৃষিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বঁটা প্ৰদৰ্শনী হ’ব। যিটো অহা মাহত অৰ্থাৎ ২০২৩ চনৰ ৬-৭ আৰু ৮ ডিচেম্বৰত নতুন দিল্লীৰ পুছা খেলপথাৰত আয়োজন কৰা হ’ব। য’ত কৃষক, কৃষি বিজ্ঞানী আৰু কৃষি খণ্ডৰ সৈতে জড়িত বহু বৃহৎ কোম্পানীয়ে অংশগ্ৰহণ কৰিব।

লগতে পঢ়ক- 

MT MFOI-2923 ৰ সহপৃষ্ঠপোষকৰূপত Dhanuka Agritech Limited

English Summary: Millionaire Farmer of India Awards 2023 gets support from FMC Corporation will participate as sponsor of the program

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.