Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 December, 2022 6:35 PM IST
LIC Jeevan Umang Policy

মুদ্ৰাস্ফীতিৰ এই যুগত ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাটো অতি প্ৰয়োজনীয়। ভৱিষ্যতে কি হ’ব কোনেও নাজানে। কিন্তু বৰ্তমান সময়ত কৰা সঞ্চয়ই আপোনাৰ ভৱিষ্যত সুন্দৰ কৰি তুলিব পাৰে। বিনিয়োগৰ বাবে বহুতো বিকল্প আছে, কিন্তু কেতবোৰত বিপদৰ আশংকাও বেছি। কিন্তু এনে কিছুমান চৰকাৰী প্ৰতিষ্ঠান আছে, যিবোৰত বিনিয়োগ কৰিলে লাভসহ ঘূৰাই পোৱাৰ লগতে কোনো বিপদৰ আশংকাও নাথাকে। ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) হৈছে এইক্ষেত্ৰত অতি নিৰ্ভৰযোগ্য। এল আই চিয়ে গ্ৰাহকৰ লক্ষ্য ৰাখি সময়ে সময়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ কথা মনত ৰাখি নীতি প্ৰস্তুত কৰে। য'ত সৰ্বোচ্চ আৰু নূন্যতম টকা বিনিয়োগ কৰিব পাৰি। এল আই চিৰ এনে এটা পৰিকল্পনা হৈছে এল আই চি জীৱন উমাং পলিচি, য’ত দৈনি ৪৫ টকা বিনিয়োগ কৰি সুতসহ এক বৃহত অংকৰ ধন লাভ কৰিব।

জীৱন উমাঙৰ নীতি আন আঁচনিৰ তুলনাত বহুত বেলেগ। ৯০ দিনৰ পৰা ৫৫ বছৰ বয়সৰ লোকে এই পলিচিৰ বাবে যোগ্য। এইটো এটা এনডাউমেণ্ট পলিচি, য’ত আপুনি বীমা কভাৰেজৰ লগতে সঞ্চয়ৰ সুবিধাও পায়। বিশেষ কথাটো হ’ল মেচিউৰিটি পিৰিয়ড সম্পূৰ্ণ হ’লে প্ৰতি বছৰে গ্ৰাহকৰ একাউণ্টলৈ নিৰ্দিষ্ট ধন আহে। গতিকে আনফালে পলিচীধাৰীজনৰ মৃত্যুৰ লগে লগে তেওঁৰ মনোনীতজনক এককালীন ধন দিয়া হ’ব। লগতে জীৱন উমাং পলিচিৰ সৈতে ১০০ বছৰ পৰ্যন্ত কভাৰেজ উপলব্ধ।

মেচিউৰিটিৰ সময়ত এককালীন ধন

যদি আপুনি জীৱন উমাং পলিচিত প্ৰতিদিনে ৪৫ টকাৰ ইনভেষ্টমেণ্ট পলিচি ক্ৰয় কৰে তেন্তে এমাহত ১৩৫০ টকা আৰু এবছৰত ১৬,২০০ টকা প্ৰিমিয়াম দিব লাগিব। যদি আপুনি ৩০ বছৰে এই পলিচি ক্ৰয় কৰে, তেন্তে মুঠ ৪.৮৬ লাখ টকা আপোনাৰ দ্বাৰা জমা হ’ব। মেচিউৰিটিৰ অহা বছৰ অৰ্থাৎ ৩১ বছৰৰ পৰা ১০০ বছৰলৈ বছৰি ৪০ হাজাৰ টকা পৰ্যন্ত ৰিটাৰ্ণ পাব। অৰ্থাৎ ২৭ লাখতকৈ অধিক টকাৰ সুবিধা লাভ কৰিব।

লগতে পঢ়ক- 

১৭ নৱেম্বৰৰ পৰা “৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলা ২০২২”

টাৰ্ম ৰাইডাৰ বেনিফিট

যদি জীৱন উমাং পলিচিধাৰীৰ কোনো দুৰ্ঘটনাত মৃত্যু হয় বা অক্ষম হৈ পৰে, তেন্তে তেওঁ টাৰ্ম ৰাইডাৰৰ সুবিধা লাভ কৰিব। তদুপৰি জীৱন উমাং পলিচি লোৱাত আয়কৰৰ ধাৰা ৮০চিৰ অধীনতো কৰ ৰেহাই পোৱা যায়।

লগতে পঢ়ক- 

Hornbill Festival : হৰ্ণবিল মেলাৰ আজি পঞ্চমটো দিন

English Summary: LIC Jeevan Umang Policy
Published on: 05 December 2022, 06:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now