Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 January, 2023 6:08 PM IST

১২ জানুৱাৰীত কৃষি জাগৰণে আয়োজন মেগা ইভেণ্টৰ আয়োজন কৰিব যাতে এগ্ৰি টপ শ্বটৰ সৈতে আই ৱাই অ’ এম ২০২৩ উদযাপন কৰিব; লগতে কৃষি জাগৰণৰ ১২ খন আলোচনীৰ মিলেট বিশেষ সংস্কৰণ মুকলি কৰিব মীন, পশুপালন, আৰু দুগ্ধ মন্ত্ৰী পুৰুষোত্তম ৰূপালাই।

Launch Special Edition on Millets Of Krishi Jagran

২০২৩ চনটোক আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাপে ঘোষণা কৰাৰ পাছতে দেশজুৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানে বিভিন্ন প্ৰতিষ্ঠানে মিলেট বৰ্ষটোক সাফল্যমণ্ডিত কৰিবলৈ প্ৰয়াস কৰিছে কৃষি জাগৰণে গ্ৰহণ কৰিছে এই প্ৰচেষ্টা। সেই উদ্দেশ্যই কৃষি জাগৰণে আয়োজন কৰিছে এই বৃহৎ ইভেণ্টৰ। কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাই উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত ১২ ভাষাৰ ১২ খনৰ আলোচনীৰ মিলেট সংস্কৰণটো উন্মোচন কৰাৰ লগতে কৃষি জাগৰণৰ দিল্লীস্থিত  মুখ্য কাৰ্যালয়ত মিলেটছৰ ওপৰত এক আলোচনাও অনুষ্ঠিত হ’ব।

চলি থকা বৰ্ষ ২০২৩ক আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰ ২০২৩ (আই ৱাই অ’ এম ২০২৩) হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহে সমগ্ৰ দেশ আৰু বিশ্বজুৰি বাজৰাৰ প্ৰচাৰৰ বাবে নিজৰ সাধ্য অনুসৰি আগবাঢ়িছে। কেন্দ্ৰই বিশ্বৰ প্ৰতিজন ব্যক্তিৰ প্লেটত ছুপাৰফুড যোগান ধৰাৰ বাবে অসংখ্য অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰাৰ বিপৰীতে বৃহস্পতিবাৰে কৃষি জাগ্ৰনে এক বৃহৎ অনুষ্ঠানৰ জৰিয়তে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে।

লগতে পঢ়ক- 

Bitter Gourd Farming : ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰতে কৃষকসকলে কৰিব পাৰিব জেং কেৰেলাৰ খেতি

অনুষ্ঠানটোত মন্ত্ৰী পৰশ্বোত্তম ৰূপালাৰ লগতে কৃষি জাগ্ৰানৰ মুখ্য সম্পাদক এম চি ডমিনিক, আফ্ৰিকান এছিয়ান গ্ৰামোন্নয়ন সংস্থা (AARDO)ৰ মহাসচিব ড° মনোজ নাৰ্দেওসিং, উত্তৰাখণ্ডৰ কৃষি মন্ত্ৰী গণেশ যোশী, ড° অশোককে আদি কৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰিব। সন্মিলনখনৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰীয় বৰষুণ কেন্দ্ৰ প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ অশেক ডালৱাই ।

International Year of Millets 2023 celebration in Krishi Jagran

উদ্বোধনী ভাষণ আগবঢ়াব আইচিআৰ (ডিকেএমএ)ৰ প্ৰকল্প পৰিচালক ড০ এছ কে মালহোত্ৰাই। এই অনুষ্ঠানত কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ পি এল পাটিল, ৰাণী লক্ষ্মী বাই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ এ কে সিং আৰু আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেচনৰ সভানেত্ৰী লীনা জোহানছনেও অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে জি.বি. পন্ত কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মনমোহন সিং চৌহান, বীৰছা কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অংকৰ নাথ সিং, চি এছ কে এইচ পি কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হৰিন্দৰ কে চৌধুৰী, আই জি এ ইউৰ উপাচাৰ্য ড০ গিৰিশ চাণ্ডেলকে ধৰি বহু বিশিষ্ট উপস্থিত থাকিব কৃষি জাগৰণৰ এই বিশেষ আয়োজনত।

লগতে পঢ়ক- 

Bee farming Training : তামুলপুৰত ১৫ দিনীয়াকৈ বনৰীয়া মৌ –পালনৰ প্ৰশিক্ষণ

English Summary: Launch Special Edition on Millets Of Krishi Jagran
Published on: 11 January 2023, 06:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now