Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 May, 2023 5:55 PM IST
Krishi Jagran launches Wings to Career platform

কৃষিৰে ছাত্ৰ-ছাত্ৰীক সংযোগ স্থাপনৰ বাবে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ বৃহত পদক্ষেপ। কৃষিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী কৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে মুকলি কৰিলে Wings to Career’ নামৰ এক প্লেটফৰ্ম। এই মঞ্চত সকলো ছাত্ৰ-ছাত্ৰীয়ে কৃষি উদ্যোগৰ বিশেষজ্ঞসকলক পোনপটীয়াকৈ প্ৰশ্ন কৰি কৃষি সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব।

অনুষ্ঠানৰ মুখ্য অতিথি ড০ আৰ. চি আগৰৱাল (ডিডিজি এডুকেচন আইচিআৰে) ‘উইংছ টু কেৰিয়াৰ প্লেটফৰ্ম’ক প্ৰশংসা কৰি কয় যে কৃষি শিক্ষাৰ গুৰুত্ব এতিয়া বৃদ্ধি পাইছে। মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাহিৰেও এতিয়া ছাত্ৰ-ছাত্ৰীসকলে খেতিৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিছে আৰু ল’ৰাৰ লগতে ছোৱালীও ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ কয় যে এই উইংছ টু কেৰিয়াৰ প্লেটফৰ্মে ছাত্ৰ-ছাত্ৰীক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিব।

কৰ্পৰেট পৰিক্ৰমা সঞ্চালক ৰাজু কাপুৰে এই উইংছ টু কেৰিয়াৰ প্লেটফৰ্মক এক ভাল পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰযুক্তিৰ এই যুগত আমি সময়ৰ অনুযায়ী পৰিৱৰ্তন হ’ব লাগিব, আজিৰ কথাবোৰ হয়তো কাইলৈৰ বাবে শুদ্ধ বুলি প্ৰমাণিত নহ’ব। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ যিদৰে বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ লগে লগে উদ্যোগটোতো বহু পৰিৱৰ্তন হ’বলৈ গৈ আছে। তেওঁ কয় যে আজিৰ ছাত্ৰ-ছাত্ৰীসকলে কৰ্মসংস্থাপন প্ৰদানৰ চিন্তাৰে কাম কৰিব লাগে। আজিৰ সময়ত কৃষিক্ষেত্ৰত প্ৰযুক্তিৰ অতি প্ৰয়োজন। লগতে তেওঁ কৃষি খণ্ডত মহিলা সৱলীকৰণৰ কথাও কয়। ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ হোৱা এই মঞ্চৰ বাবে কৃষি জাগৰণক ড° ৰমেশ মিত্তলে অভিনন্দন জনায়। তেওঁ কয় যে বৰ্তমান উদ্যোগটোত কৃষি ক্ষেত্ৰৰ বিশেষজ্ঞৰ চাহিদা বাঢ়িছে।

অনুষ্ঠানত অতিথি হিচাপে ড০ আৰ. চি আগৰৱাল (ডিডিজি এডুকেচন আইচিএআৰ), ড০ এছ. এন. ঝা (ডিঅ’জি ইঞ্জিনিয়াৰ আইচিএআৰ), ড০ ৰমেশ মিত্তল (এনআইএমৰ পৰিচালক), ড০ নুতন কৌশিক (এমিটি ফুড এণ্ড এগ্ৰিকালচাৰ ফাউণ্ডেশ্যন), ৰাজু কাপুৰ (ডাইৰেক্টৰ কৰ্পৰেট এফেয়াৰ্ছ), ড০ ওম্বিৰ এছ ত্যাগী (ভিপি ইউপিএল লিমিটেড), মৰুপ নামগিল (আই এফ চি অ’ৰ মুৰব্বী) , সংগীতা পাণ্ডে (যুটীয়া সমন্বয়ক এ আই অ’ এ), কৃষ্ণ সুন্দৰী (অধ্যাপিকা বায়’টেকন’লজী জে পি), অধ্যাপিকা শ্বেতা প্ৰসাদ (প্লেচমেণ্ট সমন্বয়ক ইম্পেৰিয়েল স্কুল অৱ বিজনেছ) উপস্থিত থাকে।

লগতে পঢ়ক- 

KCC loan : পশুপালনৰ বাবে দি আছে ঋণ! আবেদন কৰক আজিয়েই!

 

English Summary: Krishi Jagran launches Wings to Career platform to Students
Published on: 11 May 2023, 05:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now