Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 25 August, 2022 4:45 PM IST

তীব্ৰ খৰাঙত এতিয়া ৰাজ্য। বহু কৃষকে খৰাঙৰ বাবে ৰুৱ পৰা নাই ধান। জানিব পৰা মতে খৰাঙৰ বাবে ৰাজ্যৰ হাজাৰ হেক্টৰ কৃষিভূমি ছন পৰা দিশে আগদবাঢ়িছে। যাৰফলত ধান খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়া গ্ৰাম্যকৃষকসকল অনাগত দিনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব।

কিন্তু ইয়াৰ পৰিতান পাব পাৰে অসমৰ কৃষকসকল। ধান খেতিতকৈ অধিক লাভ হোৱাৰ স্থল আছে গ্ৰাম্য কৃষকসকলৰ।খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটিখিনিত কৃষকসকলে শীতকালীন খেতিসমূহ কৰিব পাৰে।

যেনে-ফ্ৰেন্সবিন, ৰঙালাও, কেৰেলা, মাটিমাহ, ৰহৰমাহ, আলু, জলকীয়া, সৰিয়হ লগতে অন্যান্য শীতকালীন শস্য। এই শস্যসমূহৰ খেতি কৰি ধানতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব কৃষকসলে।

১ কেজিৰ ধানৰ মূল্য সাধাৰণতে ১৩ টকা। কিন্তু ওপৰত উল্লিখিত শস্যসমূহৰ অধিকাংশৰে প্ৰতিকেজিৰ মূল্য ৪ পৰা ৬০ টকাৰ ভিতৰত। গতিকে এই শস্যসমূহৰ খেতি কৰি আপুনি ধান খেতিতকৈ অধিক উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- এবিঘা মাটিতে ২০-৩০ কুইন্টলকৈ ফ্ৰেঞ্চবিন কিদৰে উৎপাদন কৰিব

English Summary: idea of cultivation
Published on: 25 August 2022, 04:45 IST