Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 May, 2023 12:00 PM IST
মেট্ৰিক পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ ঢেকিয়াজুলিৰ হৃদম ঠাকুৰীয়াৰ। শংকৰদেৱ শিশু নিকেতন, ঢেকিয়াজুলিৰ ছাত্ৰ আছিল হৃদম ঠাকুৰীয়া।  ৬০০ নম্বৰৰ ভিতৰত লাভ কৰিছে হৃদমে লাভ কৰিছে ৫৯৬ নম্বৰ।  শতকৰা ৯৯ শতাংশ নম্বৰে প্ৰথম স্থান দখল কৰে ছাত্ৰগৰাকীয়ে।

আনহাতে  ৫৯৩ নম্বৰে দ্বিতীয় স্থানত  আছে ৪ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। দ্বিতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে, ইছৰত ফাৰিহা, নগাঁও চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়,  লাকী দেৱী চৌধুৰী, আনন্দ বিদ্যা নিকেতন নলবাৰী,  মনমিতা শৰ্মা, আনন্দ বিদ্যা নিকেতন নলবাৰী, আদিত্য অনুপম কোৱঁৰ, ছেন্ট জোছেফ স্কুল সোণাৰী।

লগতে পঢ়ক- 

Green House : সেউজগৃহ এটা বনাই ল’লে কি কি দিশত লাভান্বিত হ’ব কৃষকজন

আনফালে, ৫৯২ নম্বৰে  তৃতীয় স্থানত আছে তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। সেইসকল হ- নিলুফাৰ ৰহমান দুমনীচকী ইংলিছ স্কুল, অনিন্দিতা বৰা আদৰ্শ বিদ্যাপীঠ ভোলাগুৰী,  আৰু মৃগাংক ভট্টচাৰ্য, শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৩ ত মুঠ ৪,১৫,৩২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিল। ইয়াৰে ৯৪,৯১৩ গৰাকীয়ে প্ৰথম স্থান, ১,৪৮,৫৭৩ গৰাকীয়ে দ্বিতীয় স্থান, আৰু ৫৮,৩৯৪ গৰাকীয়ে লাভ কৰিছে তৃতীয় স্থান ।  

লগতে পঢ়ক- 

আৰু বিশ্ব অভিলেষ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক

English Summary: HSLC Result 2023
Published on: 22 May 2023, 11:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now