Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 20 September, 2022 1:19 PM IST
Green revolutin in sonitpur

শোণিত পুৰত কৃষি বিপ্লৱ। ৩৫০ বিঘা মাটিত ৪০০ গৰাকী মহিলাই জিলা কৃষি বিভাগৰ উদ্যোগত জয়মতী কৃষক উতপাদিকা গোটৰ সহয়োগত আৰম্ভ কৰিছে মাটিমাহৰ খেতি। সোমবাৰে জিলা কৃষি বিষয়াসকলৰ উপস্থিতিত সদস্যসকলে মাটিমাহৰ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে বিগত বৰ্ষত এশ বিঘা মাটিত ৰঙালাও, ৮০০ বিঘা মাটিত সৰিয়হ আৰু ২০ বিঘা মাটিত আলু খেতি কৰি প্ৰায় ২৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল এই মহিলাসকল।

এই বৰ্ষতো এই ৪০০ শ গৰাকী মহিলাই কৃষি উৎপাদক মাটি মাহৰ লগতে  ১০০বিঘা মাটিত আলু,  ২০০০ বিঘা মাটিত সৰিয়হ আৰু ১০০০ বিঘা মাটিত ৰঙালাও খেতিৰ কাম আৰম্ভ কৰিছে।

সোমবাৰে ন বিলত ৭০ বিঘা মাটিত জয়মতী কৃষি উৎপাদক গোটৰ সম্পাদিকা কমল কুমাৰী বড়োৱে নিজেই ট্ৰেক্টৰ চলাই মাটি মাহৰ বীজ সিঁচাৰ কাৰ্য শুভাৰম্ভ কৰি গোটটোৰ মহিলাসকলক উতসাহিত কৰে।

লগতে পঢ়ক- মাটি নহ’লেও ঘৰতে পাতিব পাৰিব ওলোমা বাগিছা

English Summary: Green revolutin in sonitpur
Published on: 20 September 2022, 01:07 IST