Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 May, 2024 4:28 PM IST
Coming Soon MFOI 2024

কৃষকসকলৰ বাবে ভাল খবৰ। কৃষি জাগৰণ মিডিয়া গ্ৰুপে দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান জনোৱাৰ উদ্দেশ্য মহিন্দ্ৰা টেক্টৰছৰ পৃষ্ঠপোষকতাত আয়োজন কৰিছে MFOI-2024 কৃষক বঁটা। ১-৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত দেশৰ কৃষকসকলক নতুন দিল্লীত সম্বৰ্ধনা জনোৱা হ’ব। কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।

MFOI-2024 কৃষক বঁটা অনুষ্ঠানটোত জিলা, ৰাজ্যিক, নেশ্যনেল পৰ্যায়ত কৃষকসকলক সম্বৰ্ধনা জনোৱা হ’ব কেইবাটাও  শিতানত। প্ৰায় ১৫০ টা শিতানত কৃষকসকলক বঁটা প্ৰদান কৰিব। এক কথাত কৃষি খণ্ডৰে জড়িত সকলো দিশক সামৰি বঁটা প্ৰদান কৰিব কৃষকসকলক। কেৱল কৃষি বুলিয়েই নহয়, পশুপালন, মীন পালন, সমবায় সমিতি, কৃষক উতপাদক কোম্পানীসমূহকো প্ৰদান কৰিব MFOI-2024ত। গতিকে কৃষকসকলক MFOI  বঁটাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে MFOI ৰ উদযাপন সমিতিয়ে। জানিবলৈ পৰা মতে, দুই এদিনতে নামপঞ্জীয়নৰ বাবে পৰ্টেল মুকলি কৰিব কৃষি জাগৰণে।

লগতে পঢ়ক- 

MSP : ২ বছৰৰ পাছত আকৌ কিয় কৃষকৰ গৰ্জন! কি বিচাৰে কৃষকসকলে!

উল্লেখ্য যে MFOI জৰিয়তে দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান জনাই কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ সন্মুখত তুলি ধৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে মহিন্দ্ৰা টেক্টৰছৰ পৃষ্ঠপোষতাত আয়োজন কৰিছে MFOI 2024।

এই গোটেই কাৰবাৰটোৰ মূল মানুহজন কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এম চি ডমিনিক। তেওঁৰ লগত হোৱা কথা-বতৰাত তেওঁ কয় যে MFOI  তেওঁৰ এটা ২৬ বছৰীয়া সপোন। দেশৰ সকলোখণ্ডতে কাম কৰা লোকসকলক সন্মান জনোৱা হয় কিন্তু সন্মান জনোৱা নহয় কৃষকসকলকহে। কিন্তু কৃষকসকলক সন্মান জনাম বুলি কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিকে।

লগতে পঢ়ক- 

Watermelon Farming- কৃষকসকল তৰমুজৰ খেতিৰ বতৰ আহি আছে

English Summary: Coming Soon MFOI 2024
Published on: 16 February 2024, 05:25 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now