Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 26 November, 2022 5:25 PM IST
বিশিষ্ট কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত আৰু নাই। আজি পুৱা দেহাৱসান ঘটে কাৰ্টুনিষ্ট দত্তৰ। হাতীগাঁও চাৰিআলিৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে দত্তই।
বিস্ময়ৰ লগতে বিভিন্ন কাকত-আলোচনীত প্ৰচুৰ ৰসবোধ আৰু ব্যংগৰে সমৃদ্ধ কাৰ্টুন অংকনেৰে দত্তই জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছিল৷
অসমত কাৰ্টুনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে চিৰঞ্জীৱ দত্তৰ।

লগতে পঢ়ক- 

গোলাঘাটত মেচিনৰ সহায়ত আলু ৰোপন কৃষকৰ

দত্তৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ বৌধিক মহলে। মুখ্যমন্ত্ৰী কাৰ্টুনিষ্টগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে দত্তৰ মৃত্যু বিয়োগ ৰাজ্যৰ চিত্ৰকলা জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি৷
কাৰ্টুনিষ্ট গৰাকীৰ অন্তিম অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন হয়।

লগতে পঢ়ক- 

আৱিস্কাৰ হ’ল বিশ্বৰ প্ৰথমটো জিন থেৰাপী, কিন্তু দুখীয়া আৰু মধ্যবিত্তই ল'ব নোৱাৰিব এই ভেকচিন

English Summary: Cartoonist Chiranjeev Dutta has passed away
Published on: 26 November 2022, 05:21 IST