- 
                                
                            
- 
                                
                            
বিশিষ্ট কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত  আৰু নাই
                        
                     
                    
                        
                
    
    
            
                     বিশিষ্ট কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত  আৰু নাই। আজি পুৱা দেহাৱসান ঘটে কাৰ্টুনিষ্ট দত্তৰ। হাতীগাঁও চাৰিআলিৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে দত্তই।
            বিশিষ্ট কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত  আৰু নাই। আজি পুৱা দেহাৱসান ঘটে কাৰ্টুনিষ্ট দত্তৰ। হাতীগাঁও চাৰিআলিৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে দত্তই।
    
                
    
    
        
    
                
    
    
            
                     বিস্ময়ৰ লগতে বিভিন্ন কাকত-আলোচনীত প্ৰচুৰ ৰসবোধ আৰু ব্যংগৰে সমৃদ্ধ কাৰ্টুন অংকনেৰে দত্তই জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছিল৷
            বিস্ময়ৰ লগতে বিভিন্ন কাকত-আলোচনীত প্ৰচুৰ ৰসবোধ আৰু ব্যংগৰে সমৃদ্ধ কাৰ্টুন অংকনেৰে দত্তই জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছিল৷
    
                
    
    
            
                     অসমত কাৰ্টুনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে চিৰঞ্জীৱ দত্তৰ।
            অসমত কাৰ্টুনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে চিৰঞ্জীৱ দত্তৰ।
    
                
    
    
        
    
                
    
লগতে পঢ়ক- 
                
    
    
            
                     দত্তৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ বৌধিক মহলে। মুখ্যমন্ত্ৰী কাৰ্টুনিষ্টগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে দত্তৰ মৃত্যু বিয়োগ ৰাজ্যৰ চিত্ৰকলা জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি৷
            দত্তৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ বৌধিক মহলে। মুখ্যমন্ত্ৰী কাৰ্টুনিষ্টগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে দত্তৰ মৃত্যু বিয়োগ ৰাজ্যৰ চিত্ৰকলা জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি৷
    
                
    
    
        
    
                
    
    
            
                     কাৰ্টুনিষ্ট গৰাকীৰ অন্তিম অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন হয়।
            কাৰ্টুনিষ্ট গৰাকীৰ অন্তিম অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন হয়।
    
                
    
লগতে পঢ়ক- 
                    
                    
                    English Summary:   Cartoonist Chiranjeev Dutta has passed away
                    
                        
                        
                    
                    
                    
                    
                    
                 
                
Share your comments