Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 September, 2022 12:43 PM IST
bhagwant mann, CM of Punjab

শীতকাল ওচৰ চাপি আহিছে। ইয়াৰ লগে লগে কৃষকসকলে পথাৰত শীতকালীন শস্যৰ বাবে ব্যস্ত হৈ পৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে পাঞ্জাৱৰ কৃষকসকল ব্যস্ত হৈ পৰিছে পথাৰত। কৃষকসকলে শস্যৰ অৱশিষ্ট ক্ষিপ্ৰতাৰে পৰিষ্কাৰ কৰিবলৈ নিজৰ পথাৰত জুই লগাব দুই এদিনতে।

ইফালে পঞ্জাৱ আৰু হাৰিয়ানাত ধানৰ খেৰ জ্বলোৱাটোৱেই হৈছে অক্টোবৰ আৰু নৱেম্বৰ মাহত ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণৰ মাত্ৰা ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ আঁৰৰ অন্যতম কাৰণ। এই বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছিল এক প্ৰস্তাৱ।

Centre refuses to give farmers cash incentives for not burning stubble, says Punjab CM

সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰক প্ৰতি একৰত ১৫০০ টকা  দিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল, আনহাতে পঞ্জাৱ আৰু দিল্লী চৰকাৰে বাকী ১০০০ টকাকৈ বহন কৰিব। কিন্তু পাঞ্জাৱৰ এই প্ৰস্তাৱক নাকচ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে। কয়- "এয়া কোনো কথা নহয়।যদি কেন্দ্ৰীয় চৰকাৰে সমৰ্থন কৰা নাই তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে আমি একো নকৰো।"

লগতে তেওঁ কয় যে ৩৮ লাখ একৰ ভূমিত ইতিমধ্যে পাঞ্জাৱ চৰকাৰে বৃহৎ পৰিসৰত পথাৰৰ অৱশিষ্ট জ্বলোৱা মেচিনৰ ব্যৱস্থা কৰিছে। আৰু ষ্টাবল পৰিচালনাৰ বাবে এই বতৰত এক লাখতকৈ অধিক শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা মেচিন উপলব্ধ কৰা হ’ব।

লগতে পঢ়ক- বটদ্ৰৱাৰ কৃষিপথাৰত বিদ্যুৎস্পৃষ্ট হৈ কৃষকৰ মৃত্যু

English Summary: bhagwant mann request centre
Published on: 11 September 2022, 11:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now