Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 10 December, 2022 2:30 PM IST
শেহতীয়াকৈ লণ্ডনৰ এখন মেগা মাৰ্টত অসমৰ "কাজি নেমু" দেখিবলৈ পোৱা গৈছে। খেতিয়কসকলৰ বাবে এয়া নিশ্চয়কৈ কঠোৰ পৰিশ্ৰমৰ আন এক প্ৰাপ্তি।

লগতে পঢ়ক- 

Goal farming : ছাগলী গড়ালটোৰ মন কৰিব লগীয়া দিশসমূহ

অসমৰ কৃষক ৰাইজৰ কষ্টৰ ফচল লণ্ডনত। লণ্ডনৰ এখন মেগা মাৰ্টত অসমৰ কৃষকৰ কষ্টৰ ফচল "কাজি নেমু"।
শেহতীয়াকৈ বহিঃৰাজ্যৰ পাছতে ডুবাইৰ লুলু হাইপাৰ মাৰ্কেটত দেখিবলৈ পোৱা গ’ল অসমৰ অনাৰস।
ইফালে শেহতীয়াকৈ ABM Agri Indus - try & Research pvt. Ltd নামৰ এটা কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি ছিংগাপুৰ, চৌডি আৰব, কুৱেটকে ধৰি বহুকেইখন আৰবীয়ান দেশত বিক্ৰীৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।
অসমৰ খেতিয়কসকলৰ বাবে এয়া নিশ্চয়কৈ কঠোৰ পৰিশ্ৰমৰ আন এক প্ৰাপ্তি।

লগতে পঢ়ক- 

kiwi farming : কিৱি খেতি কৰি বছৰে বিশ ত্রিশ লাখ টকা উপাৰ্জন কৰক

English Summary: Assamese farmers product in foreign markets
Published on: 10 December 2022, 02:29 IST