Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 November, 2022 4:06 PM IST
ৰাজ্যত কৃষি যান্ত্ৰিকীৰণৰ কুচ-কাৱাজ
সময় সলনি হৈছে। ৰাজ্যৰ  অন্যখণ্ডৰ লগতে কৃষিক্ষেত্ৰখলৈ লাহে লাহে আহিছে পৰিৱৰ্তন। গৰুৰ পাছতে টেক্টৰ-পাৱাৰ টিলা আহিল পথাৰলৈ।
শেহতীয়াকৈ অসমৰ পকা ধানৰ মাজে মাজে দৌৰিছে ধানকটা আৰু মৰণা মৰা মেচিন। এইক্ষেত্ৰত ৰাজ্যৰ কৃষিবিভাগেও গ্ৰহণ কৰিছে বিশেষ ভূমিক।

লগতে পঢ়ক- 

ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ

বুধবাৰে গোলাঘাট আৰু বিশ্বনাথত দেখিবলৈ পোৱা গ’ল আলু ৰোপন কৰা এটা যন্ত্ৰ।
বুধবাৰে গোলাঘাটত দেখিবলৈ পোৱা গ’ল আলু ৰোপন কৰা এটা মেচিন।
টেক্টৰৰ লগত সংযুক্ত কৰা হয় এই আলু ৰোপন কৰা Semi Automatic Potatoes Planter যন্ত্ৰটো।
কম শ্ৰমিক আৰু কম সময়তে বহু আলু ৰোপন কৰিব পাৰে এই যন্ত্ৰটোৱে।

লগতে পঢ়ক- 

পলিহাউচ খেতি কি ? আপোনাক এই প্ৰৱন্ধত জনাম পলিহাউচ খেতিৰ A to Z

 

English Summary: Assam towards to agricultural mechanization
Published on: 25 November 2022, 03:25 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now