Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 25 November, 2022 4:06 PM IST
ৰাজ্যত কৃষি যান্ত্ৰিকীৰণৰ কুচ-কাৱাজ
সময় সলনি হৈছে। ৰাজ্যৰ  অন্যখণ্ডৰ লগতে কৃষিক্ষেত্ৰখলৈ লাহে লাহে আহিছে পৰিৱৰ্তন। গৰুৰ পাছতে টেক্টৰ-পাৱাৰ টিলা আহিল পথাৰলৈ।
শেহতীয়াকৈ অসমৰ পকা ধানৰ মাজে মাজে দৌৰিছে ধানকটা আৰু মৰণা মৰা মেচিন। এইক্ষেত্ৰত ৰাজ্যৰ কৃষিবিভাগেও গ্ৰহণ কৰিছে বিশেষ ভূমিক।

লগতে পঢ়ক- 

ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ

বুধবাৰে গোলাঘাট আৰু বিশ্বনাথত দেখিবলৈ পোৱা গ’ল আলু ৰোপন কৰা এটা যন্ত্ৰ।
বুধবাৰে গোলাঘাটত দেখিবলৈ পোৱা গ’ল আলু ৰোপন কৰা এটা মেচিন।
টেক্টৰৰ লগত সংযুক্ত কৰা হয় এই আলু ৰোপন কৰা Semi Automatic Potatoes Planter যন্ত্ৰটো।
কম শ্ৰমিক আৰু কম সময়তে বহু আলু ৰোপন কৰিব পাৰে এই যন্ত্ৰটোৱে।

লগতে পঢ়ক- 

পলিহাউচ খেতি কি ? আপোনাক এই প্ৰৱন্ধত জনাম পলিহাউচ খেতিৰ A to Z

 

English Summary: Assam towards to agricultural mechanization
Published on: 25 November 2022, 03:25 IST