Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 20 March, 2023 4:14 PM IST
ড্ৰীলৰ সহায় ধান সিঁচা কাৰ্যসূচী

ৰাজ্যৰ কৃষিখণ্ডলৈ দিনে দিনে নতুনত্ব অহা পৰিলক্ষিত হৈছে। বিগত বৰ্ষটোতে ধান কটা মেচিন, মৰণা মৰা লগতে ভূঁই ৰোৱা যন্ত্ৰ, আলুগুটি ৰুৱা যন্ত্ৰ, আদা-হালধি ৰোৱা যন্ত্ৰই কৃষিখণ্ডত ভূমুকি মাৰিছিল।

সেই একে গতি চলিত বৰ্ষটোতো পৰিলক্ষিত হৈছে। শেহতীয়াকৈ শোণিতপুৰৰ পথাৰত দেখা গ’ল আহু আৰু কণী ধান সিঁচা যন্ত্ৰ। শোণিতপুৰ জিলা কৃষি কাৰ্যালয়ৰ অধিনত ড্ৰীল মেচিনৰ সহায়ত ধানৰ বীজ সিঁচে কৃষকসকলে।

ড্ৰীলৰ সহায় ধান সিঁচা কামটো অসমত একেবাৰে নতুন।  শোণিতপুৰত পৰীক্ষামূলকভাৱে আজি ড্ৰীলৰ সহায়ত সিঁচা হৈছিল ধান।

ড্ৰীলৰ সহায় বীজ সিঁচা কাৰ্যসূচীত  কৃষকসকলক ধান আৰু বাজৰা বীজ সিঁচাৰ বাবে বীজ ড্ৰিল ব্যৱহাৰ কৰাৰ উপকাৰিতাৰ বিষয়ে সজাগতা প্ৰদান কৰা হয়।

English Summary: Ahu Paddy Dry DSR Sowing program under APART in Sonitpur
Published on: 20 March 2023, 04:14 IST