Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 December, 2023 5:02 PM IST
Paddy Procurement Center Open in Biswanath District

বিশ্বনাথ জিলাৰ কৃষকৰ সুবিধা তথা লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগৰ অধীনত আজি বিশ্বনাথ জিলাৰ গড়েহাগী গাওঁত উদ্বোধন কৰা হয় এটা ধান ক্ৰয় কেন্দ্ৰ ৷ অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত গড়েহাগীত আজি ধান ক্ৰয় কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে ৷ এই শুভাৰম্ভ অনুষ্ঠানটিত  উপস্থিত থাকে জিলা কৃষি বিষয়া বাণেশ্বৰ বে আৰু বিশ্বনাথ মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ ।

উদ্বোধনী অনুস্থানত জিলা আয়ুক্ত গৰাকীয়ে কৃষকক ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ধান বিক্ৰী কৰি ধানৰ উচিত মূল্য লাভ কৰিবলৈ আহ্বান জনায়৷ উল্লেখযোগ্য যে জিলাখনৰ প্ৰগতিশীল কৃষক তপন বৰাৰ পৰা ধান ক্ৰয় প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হয়। জিলা কৃষি বিষয়াই উপস্থিত কৃষক ৰাইজক উদ্দেশ্যি কয় যে খাৰিফ বতৰত অসমৰ ধানৰ নিন্মতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২১৮৩/- টকা ধাৰ্য কৰা হৈছে আৰু কৃষকে নিৰ্দিষ্ট প্ৰ পত্ৰৰ যোগেদি গাওঁ প্ৰদানৰ চহী লৈ স্থানীয় কৃষি উন্নয়ন বিষয়াৰ যোগেদি ধান ক্ৰয়ৰ বাবে আৱেদন কৰিব পাৰিব ।

লগতে কৃষকৰ প্ৰবঞ্চনা কৰি কোনো দালাল বা মধ্যভোগী চক্ৰই যাতে কম মূল্যত ধন ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি বিশ্বনাথ জিলা প্ৰশাসন সদায় সষ্টম হৈ আছে বুলি উল্লেখ কৰে। উক্ত অনুষ্ঠানত মেডিয়া বিশেষজ্ঞ কৃষ্টি বৰা, যোগান বিভাগৰ মঞ্জিত ভূঞাকে আদি কৰি যোগান বিভাগৰ অনান্য বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ভালেসংখ্যক ৰাইজ উপস্থিত থাকে৷

লগতে পঢ়ক- 

১৭ বছৰে ভেঞ্চাৰ স্কুলত বিনা বেতনে শিক্ষাদানৰ লগতে কৰি আহিছে খেতি

এই সভাৰ সমান্তৰালভাৱে আজি চতিয়া কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত পতীয়া গাওঁত আৰু গহপুৰ কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত মাগনি গাওঁত অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ উপস্থিতিত আন দুটাকৈ ধান ক্ৰয় কেন্দ্ৰৰো শুভাৰম্ভ কৰা হয়।

লগতে পঢ়ক- 

গুৱাহটীত 'গোল্ড ষ্টেণ্ডাৰ্ড কাৰ্বন প্ৰজেক্ট’ৰ সন্দৰ্ভত বিশেষ আলোচনা সভা

English Summary: 3 Paddy Procurement Center Open in Biswanath District
Published on: 01 December 2023, 04:57 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now